!
জীৱন -ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ ১।প্ৰযুক্তি কাক বোলে ? উত্তৰ:- কোনো কাৰ্য পৰিচালনা আৰু সম্পাদনা কৰাৰ বাবে বৈজ্ঞানিক চিন্তা-চৰ্চা ,আহিলা-পাতি আৰু কৌশল আদি প্ৰয়োগ কৰাকে প্ৰযুক্তি বোলে। ২।জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিয়ে কিদৰে সহায় কৰিছে আলোচনা কৰা। উত্তৰ:- পুৰনি আৰু বৰ্তম…
এই লেখাটি শংকৰদেৱ শিশু নিকেতন ৰ পাঠ্যপুঠিৰ পৰা তুলি অনা হৈছে।এই লেখাটি APSC /ADRE ৰ বাবেওঁ প্ৰযোজ্য। প্ৰাচীন অসমৰ কথা ১।চমু প্ৰশ্নৰ উত্তৰ দিয়া (ক)দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি ? উত্তৰ:- মহীৰঙ্গ দানৱ (খ)নৰকাসুৰ কোন বংশৰ ৰজা আছিল ? উত্তৰ:- ভৌম বংশৰ (গ)বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজাজন…
Subscribe to:
Comments (Atom)