Skip to main content

নদীবান্ধৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে লিখা water dam

 !নদীবান্ধৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে লিখা

নদীবান্ধৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে লিখা 


শংকৰদেৱ শিশু নিকেতনৰ সপ্তম শ্ৰেণীৰ ভাৰতী সমাজ প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ নামৰ পাঠটিত আলোচ্যত বিষয় নদীবান্ধৰ তুলি অনা হৈছে উপৰোক্তত উল্লেখিত আছে যে নদীবান্ধৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে লিখিবলৈ ।

নদীবান্ধৰ সুবিধা তলত দিয়া ধৰনে :-

(ক) নদীবান্ধৰ ফলত সহজতে বিজুলী শক্তি লাভ কৰিব পাৰি।

(খ) নদীবান্ধৰ ফলত নদীবান্ধৰ কাষত থকা বাসিন্দাসমূহৰ কৰ্মসংস্থাপন লাভ কৰিছে ।

সকলো বস্তুৰে ধনাত্মক দিশৰ লগতে ঋণাত্মকদিশো থাকে ।এই ঋণাত্মক দিশসমূহ হ'ল:-

(ক)এই নদীবান্ধৰ ফলত ঘাই নদী শুকাই যোৱা দেখা যায়।

(খ) এই নদীবান্ধৰ ফলত নদীৰ কাষে কাষে থকা খেতি-পথাৰৰো ধ্বংস হয় ।

(গ) নদীবান্ধৰ ফলত নদীৰ পানী শুকাই যোৱাৰ ফলত মাছকে ধৰি বহুতো জীৱ-জন্তুৰ মৃত্যুমুখত পৰিবলগীয়া হয়।

(ঘ)নদীবান্ধৰ ফলত খেতিপথাৰ নষ্ট হোৱাৰ কাৰণে এই ঠাই এৰি যাবলগীয়া হয় আৰু যত তেওঁলোকে বসতি কৰিবলৈ লয় এই অঞ্চলটোৰ বহুতো সমস্যাৰ সৃষ্টি হয় যেনে খাদ্যৰ,আশ্ৰয় আদিৰ ।

Read your article :-মিচিং সমাজৰ পৰম্পৰাগত আপং সংস্কৃতিত মিচিং নাৰীৰ ভূমিকা ও সম্ভাৱনা



Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, Niyomiya Barta,Amar Asom,Asom Aditya,Dainik Janambhumietc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.