Skip to main content

বিশ্ব শূন্য আৱৰ্জনা দিৱস॥কাৰ্চাং তাকাৰ

 ৩০ মাৰ্চ "বিশ্ব শূন্য আৱৰ্জনা দিৱস"

non zero waste day
By Tapan Biswasundara Dev


🔸 তপন পায়েং 

৬০০২০৭৬৮৮৬


২০২২ চনৰ ১৪ ডিচেম্বৰত  ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে সত্তৰতম অধিবেশনত ৩০ মাৰ্চক আন্তৰ্জাতিক শূন্য আৱৰ্জনা দিৱস হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল সেয়ে বছৰৰ প্ৰতিতো ৩০ মাৰ্চত "বিশ্ব শূন্য আৱৰ্জনা"দিৱস হিচাপে পালন কৰা হ'য়। ৰাষ্ট্ৰসংঘৰ মতে ২০২৪ চনৰ বিশ্ব শূন্য আৱৰ্জনা দিৱসৰ বিষয়বস্তুটো হ'ল "আহক আমি সকলোৱে মিলি এনে এখন পৃথিৱী গঢ়ি তোলোঁ য’ত আৱৰ্জনা কম কৰা হয়, সম্পদৰ মূল্য দিয়া হয়, আৰু আমাৰ গ্ৰহটোৱে লাভৱান হয়  Let's all work together to build a world where waste is minimized, resources are valued, and our planet thrives!    "আমি জানো যে আমাৰ চৌপাশখিনি বৰ্তমান প্ৰদূষনেৰে ভৰা ,ইয়াৰ কাৰণৰ এটা ভাগ হ'য় আমাৰ চৌপাশে চৌপাশে জমা হৈ থকা আৱৰ্জনাবোৰ । পিছে এই আৱৰ্জনাবোৰ জমা কৰিছেনো কোনে ? এই আৱৰ্জনাসমূহ আপুনি মইয়ে জমা কৰা নাই জানো ?  নলা-নৰ্দমা,দলং,ৰাস্তা-ঘাট,নদীৰ কাষত অথচ চহৰৰ মাজৰ বাটসমূহতো দেখা যায়। এই আৱৰ্জনাসমূহ দূৰ্গন্ধ গেছ নিৰ্গত কৰে যাৰ ফলত বায়ু প্ৰদূষনৰ সৃষ্টি হ'য় ।ইতিমধ্যে আমি  পালো  অপপ্ৰচাৰ বা গ্ৰহণ যোগ্য ন'হলেওঁ IQAir সংস্থাই প্ৰকাশ কৰা বিশ্বৰ প্ৰদূষিত চহৰৰ ভিতৰত আমাৰ গুৱাহাটী মহানগৰখন দ্বিতীয় হৈছিল । আমি যদি এইবোৰ প্ৰতি সচেতন ন'হয় প্ৰথম হ'বলৈয়ো বেছি সময় নালাগিব ।এই বাতৰিয়ে অপপ্ৰচাৰ হ'লেওঁ কিন্তু আমালৈ সচেতনৰে ইন্ধন যোগাইছে। সেয়ে আমি সকলোৱে সজাগ হ'বৰে হ'ল ,ন'হলে প্ আমি জীয়াই থকাটো ঠান  হৈ পৰিব ॥

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, Niyomiya Barta,Amar Asom,Asom Aditya,Dainik Janambhumietc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.