Total No. of Printed Pages-3
1 SEM FYUGP MINASM1 2023
(December)
ASSAMESE
(Minor)
Paper: MINASMI
(অসমৰ ভাষা আৰু লিপি)
Full Marks: 80
Pass Marks: 24
Time: 3 hours
The figures in the margin indicate full marks for the questions
১। পোনপটীয়া উত্তৰ দিয়া: ১২৮=৮
(ক) অসমীয়া ভাষাৰ মূল কি?
(খ) 'অভিগমন'ৰ ইংৰাজী প্রতিশব্দ কি?
(গ) অসমীয়া স্বৰধ্বনিত হ্রস্ব আৰু দীর্ঘৰ পাৰ্থক্য আছেনে?
(ঘ) An Introduction to Study of Literature গ্রন্থৰ লেখক কোন?
(ঙ) অসমীয়াত দস্তমূলীয় ধ্বনি আছেনে?
(চ) অসমীয়া ভাষাৰ এটা নৃগোষ্ঠীয় উপভাষাৰ নাম লিখা।
(ছ) অসমীয়া লিপিৰ মূল কি?
(জ) বড়ো ভাষাত কি লিপি ব্যৱহাৰ কৰা হয়?
২। চমু টোকা লিখা (যি কোনো চাৰিটা):
(ক) অসমীয়া ভাষাৰ ধ্বনিগত বৈশিষ্ট্য
(খ) মিচিং তাযা
(গ) অসমীয়াত টাই-আহোম ভাষাৰ শব্দ
(ঘ) কুটিল লিপি
(ঙ) ৰোমান লিপি
৩। (ক) অসমত প্রচলিত আৰ্যমূলীয় ভাষাৰ এটি পৰিচয়মূলক টোকা যুগুত কৰা। ১৪
অথবা
(খ) অসমৰ আর্যভিন্ন ভাষাসমূহৰ এখন তালিকা প্রস্তুত কবি যি কোনো দুটা ভাষাৰ পৰিচয় দাঙি ধৰাঁ।
৪।(ক) অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বৈশিষ্ট্যৰ বিষয়ে আলোচনা আগবঢ়োৰাঁ। ১২

Comments
Post a Comment