Skip to main content

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অযোধ্যা নগৰ ১০ কোটি উজ্বলা য়োজনা আচঁনিৰ অন্তৰ্ভূক্ত হিতাধিকাৰীৰ ঘৰত দৰ্শন and about of PM Ujjwalla Yojana Scheme.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অযোধ্যা নগৰ ১০ কোটি উজ্বলা য়োজনা আচঁনিৰ অন্তৰ্ভূক্ত হিতাধিকাৰীৰ ঘৰত দৰ্শন


 What is PM Ujjwalla Yojana Scheme,In this post is related to Indian Government Scheme?And Related will Current affair issue of India.And this news was taken from The Hindu.What is PM Ujjwala Yojana scheme,What is PM UJJWALA YOJANA scheme plane.What is sologan of Ujjwala Yojana Scheme.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অযোধ্যা নগৰ ১০ কোটি উজ্বলা য়োজনা আচঁনিৰ অন্তৰ্ভূক্ত হিতাধিকাৰীৰ ঘৰত দৰ্শন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অযোধ্যা নগৰত  আচৰ্য্যভাৱে ১০ কোটি উজ্বলা য়োজনা আচঁনিত অন্তৰ্ভূক্ত হিতাধীকাৰী  মীৰা মানজিৰ ঘৰত দেখা দিয়ে । আনহাতে ইয়াৰ ওপৰিওঁ তেখেতৰ ঘৰত দহ মিনিটৰ সময়ৰ ব্যৱধানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উজ্বলা য়োজনা আচঁনিৰ প্ৰশংসাত কয় যে:- এই উজ্বলা আচঁনিয়ে   দেশৰ প্ৰতিজন দৰিদ্ৰতাৰ সীমা ৰেখাত থকা মহিলাসকলক এই আচঁনিৰ জৰিয়তে গেছ চিলিণ্ডাৰ যোগান ধৰি পাকঘৰত ৰন্ধন প্ৰকৰণ সহায় কৰিছে বুলি মন্তব্য দিয়ে । এই খিনিতে জনাই দিয়ো বৰ্তমান দেশত উজ্বলা আঁচনিত অন্তৰ্ভুক্ত মুঠ হিতাধিকাৰীৰ সংখ্যা হ'ল দহ কোটি।


What is PM Ujjwala Yojona Scheme?


প্ৰধানমন্ত্ৰী উজ্বলা য়োজনা আচঁনি ২০১৬ চনৰ  ১ মে তাৰিখে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে ।                                                প্ৰধানমন্ত্ৰী উজ্বলা য়োজনা আচঁনিনো কি ? এই আচঁনিটো হ'ল দেশৰ অতি দৰিদ্ৰ সীমা ৰেখাত থকা মহিলাসকলক বিনামূল্যভাৱৰ গেছ ছিলিণ্ডাৰ প্ৰধান  কৰা । আনহাতে এই আচঁনিৰ অধীনত যি সকলে BPL ত অন্তৰ্ভূক্ত তেওঁলোকেও্ঁ এই আচঁনিত অন্তৰ্ভূক্ত হ'ব পাৰে।

Read to more :--currrent affairs 

এই আচঁনিতো কেনেকৈ লাভ কৰিব পাৰে :-

  • হিতাধিকাৰী মহিলা হ'ব লাগিব।
  • আবেদন কাৰী হিতাধিকাৰী ১৮ বছৰ বয়স হ'ব লাগিব।
  •  আবেদনকাৰী মহিলা দৰিদ্ৰ সীমাৰেখাৰ তলত অন্তৰ্ভূক্ত হব লাগিব।
  • আবদেনকাৰীৰ নিজস্ব বেংক একাউন্ট থাকিব লাগিব।
  • আবেদনকাৰীয়ে পূৰ্বৰ পৰা LPG Gas  ব্যৱহাৰ কৰি থকা হব নালাগিব।

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, Niyomiya Barta,Amar Asom,Asom Aditya,Dainik Janambhumietc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.