Skip to main content

চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ,About of Government


ৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ,Class 6,Sankardev Shishu Niketon

এই পষ্টটি শংকৰদেৱ শিশু নিকেতনৰ ষষ্টমান শ্ৰেণীত অন্তৰ্গত ভাৰতী সমাজ বিজ্ঞান "চৰকাৰৰ ধাৰণা আৰু বিভিন্ন চৰকাৰ"নামৰ উক্ত পাঠটিৰ ভিতৰচোৱাৰ পৰা কেইটামান প্ৰশ্নোত্তৰ যুগুঠোৱা হৈছে । উক্তপাঠটিয়ে আমাৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকলক উপকৃত হ'ব বুলি কামনা কৰিছো।পৰৱৰ্তী সময়ত আৰু ভিতৰছোৱা পাঠটিৰ পৰা প্ৰশ্নোত্তৰ সন্নিবিষ্ট কৰা হ'ব গতিকে মাজে সময়ে চায় থাকিব ।লগতে তলতে দিয়া ফটোটো ওৱাটছাপ চেনেলৰ বাবে ক্লিক কৰিব ,আমাৰ  ekarsangtakar.com  ৱেবচাইটটোৰ লেখাসমুহ পোনপটীয়াকৈ পাবৰ বাবে:-

click for whatsapp channel


(ক)দুটা শব্দত উত্তৰ দিয়া
1.দুখন পুৰণি ভাৰতীয় ৰাজ্যৰ নাম ।
উত্তৰ:-মগধ,কনৌজ
২.দুজন একনায়কৰ নাম।
উত্তৰ:- হিটলাৰ,মুছ'লিনী
৩।দুখন সীমিত ৰাজতন্ত্ৰৰ নাম।
উত্তৰ:- ভূটান,থাইলেণ্ড
৪।দুজন আহোম ৰজাৰ নাম ।
উত্তৰ:- ৰুদ্ৰসিংহ,চুকাফা
৫।দুখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাম ।
উত্তৰ:- ভাৰতবৰ্ষ,আমেৰিকা
(খ)দুই বা তিনি শাৰীত উত্তৰ দিয়া-

ষষ্টমান শ্ৰেনীৰ অন্যতম পাঠটি ক্লিক কৰক:- পুৰণি আমাৰ অসম

১।চৰকাৰে আমাৰ বাবে কি কৰে ?
উত্তৰ:- চৰকাৰে জনসাধাৰণৰ বাবে কল্যাণ সাধন আৰু নিৰপত্তা সুনিশ্চিত কৰাৰ বাবে কাম কৰে । জনসাধাৰনক নিৰাপত্তা,খোৱা-বোৱা,যোগান,শিক্ষা,স্বাস্থ্য,ঘৰ-দুৱাৰ,যাতায়ত,শান্তি -প্ৰগতি ৰক্ষা আদি বিভিন্ন কাম-কাজ চৰকাৰে  জনসাধাৰণৰ কাৰনে কৰে ।
২।ভাৰতে কাৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল?কিমান দিনৰ বাবে তেওঁলোকে আমাৰ দেশখন শাসন কৰিছিল?
উত্তৰ:-ভাৰতে ইংৰাজৰ পৰা শাসন লাভ কৰিছিল। ইংৰাজসকলে ভাৰতত মুঠ দুশ বছৰ শাসন কৰিছিল।
৩।ন্যায় বিভাগৰ কাম কি?
উত্তৰ :- এখন ৰাষ্ট্ৰত ন্যায়ৰ কাম হ'ল বিচাৰ কাৰ্য কৰা।এই বিভাগে দেশৰ সকলো জনসাধাৰণৰ কাৰনে ন্যায় বিচাৰ কৰে ।
৪।অভিযাততন্ত্ৰ কাক বোলে?
উত্তৰ:-যি শাসন ব্যবস্থাত ৰাজ্যৰ শাসনভাৰ কেইজনমান গুণী-জ্ঞানী ব্যক্তিয়ে গ্ৰহণ কৰে ,তেনে শাসনক অভিজাততন্ত্ৰ বোলে ।
৫।ৰাজতন্ত্ৰ বুলিলে কি বুজা ?
উত্তৰ:- ৰজাই চলোৱা শাসনক ৰাজতন্ত্ৰ বোলে।
৬।কাৰ্যপালিকা কা বোলে ?কাৰ্যপালিকাৰ ভাগকেইটাৰ বিষয়ে চমু অৱলোকন দিয়া?
উত্তৰ:- চৰকাৰৰ আইন প্ৰয়োগ অৰ্থাৎ আইনমতে শাসন চলোৱা বিভাগক কাৰ্যপালিকা বোলে ।
                        কাৰ্যপালিকাক দুটা ভাগত ভগাব পাৰি ভাগদুটা হ'ল-
(ক)নামমাত্ৰ কাৰ্যপালিকা আৰু
(খ)প্ৰকৃত কাৰ্যপালিকা
নামমাত্ৰ কাৰ্যপালিকাৰ নামত দেশৰ শাসন কাৰ্য চলে যদিওঁ তেওঁ প্ৰকৃতাৰ্থত শাসন নকৰে ।উদাহৰণস্বৰূপে ভাৰতৰ ৰাষ্ট্ৰপতি নামমাত্ৰ উদাহৰণ।আনহাতে যি কাৰ্যপালিকাই দেশৰ শাসনকৰ্তা চলায় তেনে পালিকাক প্ৰকৃত কাৰ্যপালিকা বোলে।
৭।আহোমে অসমত কিমান বছৰ শাসন কৰিছিল?
উত্তৰ:- ছশ বছৰ।
৮।আধুনিক যুগত একনায়কৰ শাসন চলা কেইখনমান দেশৰ নাম লিখা?
উত্তৰ:- ছৌদি আৰৱ,ব্ৰুনেই,ওমান,কাটাৰ আদি।

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, Niyomiya Barta,Amar Asom,Asom Aditya,Dainik Janambhumietc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.