Geography 1st sem generic/মানৱ ভূগোল/Physical Geography FYUG Question Paper 2023
[0:53 pm, 22/12/2023] Tapan Paye(কাৰ্চাং তাকাৰ): Total No. of Printed Pages-8
1SEM FYUGP GECGGR1(A/B) 2023
( December )
GEOGRAPHY
(Generic Elective Course)
Paper: GECGGRI
Full Marks: 80
Pass Marks: 24
Time: 3 hours
The figures in the margin indicate full marks for the questions
Paper: GECGGR 1(A)
(Physical Geography)
1. তলত দিয়াবোৰৰ নির্দেশ অনুসৰি উত্তৰ দিয়া: 1×8=8
Answer the following as directed:
(a) কার্বন ডাইঅক্সাইড / কার্বন ম'ন'ক্সাইড গেছ গোলকীয় উষ্ণতা বৃদ্ধিৰ লগত জড়িত।
(শুদ্ধ উত্তৰটো বাছি উলিওৱা)
Carbon dioxide / Carbon monoxide gas is related to global warming.
(Choose the correct answer)
[0:54 pm, 22/12/2023] Tapan Paye(কাৰ্চাং তাকাৰ): 3. তলব প্রশ্নবোৰৰ যি কোনো চাৰিটাৰ উত্তৰ দিয়া (প্রতিটো ৪০০টা শব্দৰ ভিতৰত):
Answer any four of the following questions (within 400 words each):
(a) প্রাকৃতিক ভূগোলব সংজ্ঞা দিয়া। প্রাকৃতিক ভূগোলৰ প্রকৃতি আৰু পৰিসৰব বিষয়ে আলোচনা কৰা
(a)Define physical geography. Discuss the nature and scope of physical geography.
(b) আতপন বুলিলে কি বুজা? আতপনত প্রভাব পেলোৱা কাৰকসমূহৰ বিষয়ে আলোচনা কৰা।2+12=14
(b)What do you mean by insolation? Discuss the factors affecting insolation.
(c) ভূমিকম্প মানে কি বুজা? ইয়াব উৎপত্তিৰ কাৰণসমূহ আৰু প্রভাবসমূহ ব্যাখ্যা কৰা।
What is an earthquake? Explain the causes and effects of earthquake.
(d) 'মহাসাগৰীয় সোঁত' বুলি ক'লে কি বুজা? আটলান্টিক মহাসাগৰৰ সোঁতসমূহ বর্ণনা কৰা আৰু এখন মানচিত্ৰৰ সহায়েৰে উত্তৰটো স্পষ্ট কৰা।
What do you understand by the term 'ocean current'? Describe the currents of Atlantic Ocean and illustrate your answer with the help of a sketch map.
(e) মাটিৰ গ্ৰন্থন মানে কি? ভাৰতৰ মাটিৰ বিভিন্ন প্রকাৰসমূহ বর্ণনা কৰা।
3+11=14
What is soil texture? Describe the various soil types of India
[0:54 pm, 22/12/2023] Tapan Paye(কাৰ্চাং তাকাৰ): Paper: GECGGR 1(B)
(Human Geography)
1. তলত দিয়াবোৰৰ নির্দেশ অনুসৰি উত্তৰ দিয়া: Answer the following as directed:
(a) মানৰ ভূগোলৰ জনক হিচাপে কাক জনা যায়?
1×8=8
Who is regarded as the father of human geography?
(b) নব্য-নির্ণয়বাদৰ উদ্ভাৱক কোন?
Who is the founder of neo-determinism?
(c) কোনখন মহাদেশত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি? আফিকা
Which continent has the highest rate of growth of population?
(d) আটাইতকৈ বেছি জনসংখ্যা থকা মহাদেশখনৰ নাম লিখা।
Write the name of the continent which has the highest population.
(e) পৃথিৱীত আটাইতকৈ বেছি জনসংখ্যা থকা ধর্মটোৰ নাম উল্লেখ কৰা।
24P/412
Which religion has the highest population in the world?
[0:55 pm, 22/12/2023] Tapan Paye(কাৰ্চাং তাকাৰ): থমাছ ৰবার্ট মালথাচে লিখা কিতাপ এখনৰ নাম উল্লে
কৰা। the econonoki Mention the name of a book written by Thomas Robert Malthus.
(g) নিগ্রো জনসংখ্যা আটাইতকৈ বেছি বাস কৰা মহাদেশ এখনৰ নাম লিখা।
Write the name of the continent where the highest number of Negroid people live.
(h) বড়ো জনজাতিসকল প্রধানত অসমত বাস কবে।
(সঁচা নে মিছা লিখা)
Bodo tribes primarily live in Assam.
(Write True or False)
2. তলত দিয়াবোৰৰ যি কোনো চাৰিটাৰ ওপৰত চমু টোকা লিখা:
4x4=16
Write short notes on any four of the following:
(a) সম্ভাৰ্য্যবাদ Possibilism
(b) পৰিবেশ নির্ণয়বাদ
Environmental determinism
(c) জনসংখ্যা বৃদ্ধিৰ মালথাচ্ তত্ত্ব
24P/412
Malthus theory of population growth
[0:56 pm, 22/12/2023] Tapan Paye(কাৰ্চাং তাকাৰ): (7)
(d) প্রধান ধর্মীয় গোটসমূহৰ বিশ্ব বিতৰণ World distribution of major religious groups
(e) সামাজিক স্থান Social space
তলত দিয়া প্রশ্নবোৰৰ যি কোনো চাৰিটাৰ উত্তৰ দিয়া:
Answer any four of the following questions:
3. মানৰ ভূগোল বুলিলে কি বুজা? মানৰ ভূগোলৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে চমুকৈ বর্ণনা কৰা।
3+6+5=14
What do you mean by human geography? Give a brief account on the nature and scope of human geography.
জনসংখ্যা বিতৰণ বুলিলে কি বুজা? পৃথিৱীৰ জনসংখ্যা বিতৰণৰ বিষয়ে আলোচনা কৰা।
3+11=14
What do you mean by distribution of population? Discuss about the world population distribution.
5. Demographic transition তত্ত্বৰ বিষয়ে উপযুক্ত উদাহৰণসহ বিভিন্ন স্তৰত আলোচনা কৰা।
Discuss about the demographic transition theory with suitable example of each stage.
[0:56 pm, 22/12/2023] Tapan Paye(কাৰ্চাং তাকাৰ): 6. বিশ্বৰ সাংস্কৃতিক অঞ্চলসমূহৰ বিষয়ে বহলাই বর্ণনা কৰা।
Give elaborate description of the cultural regions of the world.
7. জনজাতিৰ সংজ্ঞা দিয়া। ভাৰতবৰ্ষৰ যি কোনো দুটা জনজাতিৰ বিষয়ে চমুকৈ লিখা।
2+6+6
Define tribe. Write briefly any two tribes of India.

Comments
Post a Comment