G1 SEM FYUGP AECASM1 2023
(December)
ASSAMESE
(Modern Indian Language )
Paper: AECASMI
(অসমীয়া ভাষাৰ কৌশল আৰু দক্ষতা বিকাশ)
Full Marks: 80
Pass Marks: 24
Time: 3 hours
The figures in the margin indicate full marks for the questions
১। চমু উত্তৰ দিয়া: ১*৮=৮
(ক) 'নিকা অসমীয়া ভাষা'ৰ লেখক কোন?
(খ) নিজে লিখা কথাৰ মাজত আনৰ বক্তব্য হুবহু ব্যৱহাৰ কৰিলে কোনবিধ চিহ্ন প্রয়োগ কৰা হয়?
(গ) 'ব্যক্তিত্ব, সুকুমাৰ কৌশল আৰু যোগাযোগ' গ্রন্থখনৰ লেখক কোন?
(ঘ) অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা প্রথমগৰাকী অসমীয়া সাহিত্যিক কোন?
(ঙ) 'মোৰ শেষ পাঠ' পাঠটোৰ মূল কি?
(চ) ইছলামীয় ভাস্কর্যব মূল বৈশিষ্ট্য কি?
(ছ) অসম কোম্পানীৰ সদৰ ঠাই ক'ত পতা হৈছিল?
(জ) পৰিভাষাৰ ইংৰাজী প্রতিশব্দ কি?
২.। (ক) অসমীয়া ভাষাত প্রয়োগ হোৱা যতিচিহ্ন সম্পর্কে এটি আলোচনা যুগুত কৰা।
অথবা
(খ) অসমীয়া ভাষাৰ শব্দগঠন সম্পর্কে এটি আলোচনা আগবঢ়োৰাঁ।
৩। ভাল লেখনৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰাঁ।
৪। তোমাৰ অঞ্চলৰ যি কোনো এটা সমস্যা অৱগত কৰি স্থানীয় বিধায়ক মহোদয়লৈ এখনি স্মাৰকপত্র লিখাঁ।
৫। (ক) তোমাৰ শিক্ষানুষ্ঠানত অনুষ্ঠিত হৈ যোৱা কবিতা আবৃত্তিৰ কর্মশালাখনিৰ এখনি কাৰ্যবিৱৰণী যুগুত কৰাঁ।
অথবা
(খ) শ্রেণীত অনুপস্থিতিৰ কাৰণ দর্শাই বিভাগীয় প্রধানলৈ এখন আৱেদনপূত্র লিখা।
M < > (3) ৬। (ক) "এই পঢ়াশালিত আজি মোৰ পাঠ শেষ-হায়! চেনেহৰ মোৰ মাতৃভাষা।” কথাষাৰিৰ আধাৰত পাঠটোৰ মূল বক্তব্য বিচাৰ কৰাঁ।
Comments
Post a Comment