Download here question
1 SEM FYUGP MINHIS1
2023
(December)
HISTORY(Minor)
Paper: MINHIS1
(History of Ancient India)
Full Marks: 80
Pass Marks: 24
Time: 3 hours
The figures in the margin indicate full marks for the questions
1. তলৰ প্ৰশ্নবোৰৰ প্রতিটোৰ উত্তৰ এটা শব্দত বা এটা বাক্যত দিয়া: 1×8=8
Answer the following questions in one word or in one sentence each:
(a) 'বাজতৰঙ্গিণী'ৰ ৰচক কোন?Who was the author of Rajatarangini?
(b) 'মহেঞ্জোদাবো' শব্দৰ অৰ্থ কি?What is the meaning of the word Mohenjo-daro"?
(c) আর্য দেৱতাসকলৰ কোনজনক 'পুৰন্দৰ' বোলা হৈছিল?Which of the Aryan deities was called 'Purandar'?
(d) কোনজন বজাৰ ৰাজত্বকালত চতুর্থ বৌদ্ধ মহামেল হৈছিল?During whose reign the Fourth Buddhist Council was held?
(e) 'মণিমেকালাই' গ্রন্থখনৰ বচক কোন?Who was the author of the book, Manimekalai ?
(1) শুঙ্গ বংশৰ প্রতিষ্ঠাতা কোন আছিল? Who was the founder of Sunga Dynasty?
(g) কোনজন বজাব দিনত ফাহিয়ানে ভাৰত ভ্ৰমণ কৰিছিল?During whose reign Fa-Hien visited India?
(h) কোন বছৰত দ্বিতীয় তৰাইনৰ যুদ্ধ সংঘটিত হৈছিল?
In which year was the Second Battle of Tarain fought?
2. তলত দিয়া বিষয়সমূহৰ ওপৰত চমু টোকা লিখা (যি কোনো চাৰিটা
Write short notes on the following topics (any four):
(b) মেগেছেনিচ Megasthenes
(c) সঙ্গম সাহিত্যSangam Literature
দ্বিতীয় চন্দ্রগুপ্ত Chandragupta II
পল্লব মন্দিব শৈলীPallava temple structure
3. প্রাচীন ভাৰতৰ ইতিহাসব সাহিত্যিক সমলসমূহৰ সংক্ষিপ্ত বিৱৰণ দিয়া।
Give a brief description of the literary sources of ancient Indian history.
অথবা/Or
হবপ্পা সভ্যতাৰ মুখ্য বৈশিষ্ট্যসমূহৰ বিষয়ে চমুকৈ লিখা।
Write briefly about the chief features of the Harappan Civilization.
4. আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ এক চমু বিৱৰণ দিয়া। এই আক্ৰমণৰ ফলাফল কি আছিল?
Describe briefly about the Alexander's invasion of India. What were the effects of this invasion?
অথবা/Or
অশোকৰ ধৰ্ম্মৰ বিষয়ে আলোচনা কৰা। তেওঁৰ 'ধৰ্ম্ম' প্রচাৰৰ কাৰণে তেওঁ কি ব্যৱস্থা লৈছিল?
Discuss about the Ashoka's Dhamma. What measures did he adopt for the spread of his 'Dhamma'?
5.কুষাণসকল কোন আছিল? কণিষ্কৰ কৃতিত্বৰ মূল্যায়ন কৰা।
Who were the Kushanas? Evaluate the achievements of Kanishka.
অথবা/Or
শুপ্ত যুগক প্রাচীন ভাৰতৰ 'সোণালী যুগ' বুলি কোবাব যথার্থতা বিচাৰ কৰা।
Examine the concept of the 'Golden Age' of the imperial Gupta period of ancient India.
চোলসকলৰ প্রশাসন ব্যৱস্থাৰ এক চমু বিৱৰণ দিয়া।
Give a brief account of the Chola system of administration.
অথবা/Or
মুহম্মদ ঘোৰীৰ ভাৰত আক্রমণ আৰু ইয়াৰ ফলাফলৰ বিষয়ে এটি টোকা লিখা।
Give an account of the Muhammad Ghori's invasions of India and its consequences.

Comments
Post a Comment