1st Sem Geography,Geomorphology,BA FYUGP Question Paper 2023 ,GeographyQuestion Paper ,BA1st sem question paper CBCS,Dibrugarh University,Geography1st semquestion paper,geomoirphology means
Total No. of Printed Pages 4
1 SEM FYUGP GGRC1 2023
(December)
GEOGRAPHY(Core)
Paper: GGRC1
(Geomorphology)
Full Marks: 60
Time: 3 hours
The figures in the margin indicate full marks for the questions
1. তলত দিয়াবোৰৰ নির্দেশ অনুসৰি উত্তৰ দিয়া: Answer the following as directed:
(a) একাকাৰীতাবাদৰ নীতিটো প্রথমে আগবঢ়াইছিল। 1x8=8
The principle of uniformitarianism was put forward by
(b) হঠাৎ হোৱা শক্তিক গঠনমূলক শক্তি বুলিও কোৱা হয়।
(সঁচা নে মিছা লিখা)
Sudden forces are also called constructive forces.
(Write True or False)
(c) অভিস্রবণ বলৰ ফলত ভূত্বকীয় ভাঁজ / ভূত্বকীয় ফাট সৃষ্টি হয়। ( শুদ্ধ উত্তৰটো বাছি উলিওৱা)
Convergent forces cause bending / crustal fracture. crustal (Choose the correct answer) James Hut
(d) এয়াৰীৰ মতে, গভীৰতাৰ লগে লগে বিভিন্ন ভূ-অবয়বৰ ঘনত্ব সলনি নহয়। (সঁচা নে মিছা লিখা)
According to Airy, the density of various landforms does not change with depth. (Write True or False)
(e) বেছল্ট বহির্ভেদী / অন্তর্ভেদী আগ্নেয় শিলাব উদাহৰণ। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
Basalt is an example of extrusive / intrusive igrieous rock. (Choose the correct answer)
(1) ড্রামলিন / ড'লাইন এক হিমবাহজনিত অবক্ষেপণ সৃষ্ট অবয়ব। ( শুদ্ধ উত্তৰটো বাছি উলিওৱা)
Drumlin / Doline is a landform created by glacial deposition. (Choose the correct answer)
(9) আলপাইন পর্বতমালা সেছযীলত গঠিত হৈছিল। (খালী ঠাই পূৰণ কৰা )
Alpine Mountains were formed during the period. (Fill in the blank)
(h) 'Primarumpf' শব্দটো ডেভিছ / পেংকে ব্যৱহাৰ কৰিছিল। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
The term 'primarumpf was used by Davis / Penck.
2. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ ১৫০ শব্দৰ ভিতৰত লিখা:
Answer the following questions within 150 words each:
(a) প্ৰাটৰ সমস্থিতিক ভাৰসাম্য (আইছ'ষ্টেছি) ধাৰণাটোৰ বিষয়ে চমুকৈ লিখা। Write briefly about Pratt's concept of isostasy.
(b) অধিঃউৎক্ষেপিত ভাঁজব বিষয়ে চমুকৈ লিখা। Write a brief note on overthrust fold.
(c) ফলক সীমাৰেখাব প্রকাবসমূহৰ ওপৰত এটা টোকা লিখা। Write a note on the types of plate boundaries.
(d) ভূমি সঞ্চালনৰ বিষয়ে চমুকৈ লিখা। Write a brief note on mass wasting.
UNIT-I
(Introduction to Geomorphology)
3. ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া। ইয়াৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে আলোচনা কৰা।
Define geomorphology. Discuss its nature and scope.
অথবা / Or
"বর্তমানটোৱেই হৈছে অতীতৰ চাবিকাঠি।" ধাৰণাটো ব্যাখ্যা কৰা।
"The present is the key to the past." Explain the concept.

Comments
Post a Comment