Skip to main content

প্ৰানী প্ৰজনন (Animal Reproduction)SankardevShishu Niketon ,class 8/ADRE2.0 /SI

 
Animal Reproduction

প্ৰানীৰ প্ৰজনন (Animal Reproduction)

Related Question:-প্ৰানীৰ প্ৰজনন কাক বোলে ?কি কি ?

প্ৰানীৰ প্ৰজননঃ- প্ৰানীৰ যিটো প্ৰক্ৰিয়াৰ মাজেৰে নতুন সতি বা সন্তানৰ জন্ম হয় এই প্ৰক্ৰিয়াকে প্ৰ‍ানীৰ প্ৰজনন বোলে ।

প্ৰানীৰ প্ৰজনন দুই প্ৰকাৰৰঃ-

(ক)যৌন প্ৰজনন (Sexual Reproduction)

(খ)অযৌন প্ৰজনন (Asexual Reproduction)

Related Question :-যৌন প্ৰজনন কাক বোলে?

যৌন প্ৰজনন(Sexual Reproduction):-যি প্ৰজননত প্ৰানীৰ পুং আৰু স্ত্ৰীৰ জনন কোষ মিলিত হয় আৰু যোজন কোষ গঠন কৰে । আৰু যোজনকোষৰ পৰা নতুন জীৱৰ গঠন হয় এই প্ৰজননক যৌন প্ৰজনন বোলে ।

Related Question:-পুংজনন অংগসমুহসমুহ কি কি ?


পুংজনন  অংগসমুহ (Male Reproductive Organ)হ'লঃ-

(a)পুংজনন তন্ত্ৰত এযোৰ শুক্ৰাশয় (Testis)

(b)এযোৰ শুক্ৰবাহী নলী (vas deferns )এটা শিশ্নৰ(Penis)ৰ দ্বাৰা গঠিত l

Related :- শুক্ৰাশয়ে কি উৎপন্ন কৰে ?শুক্ৰানু কাক বোলে।

(c)শুক্ৰাশয়ে পুংজননবোৰ উৎপন্ন কৰে ।এইবোৰক শুক্ৰানু বোলে ।

Question:- মানুহৰ শুক্ৰানু কেনেকৈ গঠিত ?

Ans:-মানুহৰ শুক্ৰানুত এটা শিৰ ,এটা মধ্যাংশ আৰু এডাল নেজেৰে গঠিত ।ইয়াৰ আকাৰ অতি ক্ষুদ্ৰ।

 অংগসমুহ (Femal Reproduction Orgens)

পুংজনন অংগসমুহসমুহ কি কি ?


Related:-স্ত্ৰীজনন অংগসমুহ কেনেকৈ গঠিত ?

Ans:-  স্ত্ৰীজনন অংগসমুহত এযোৰ ডিম্বাশয় (Ovaries),এযোৰ  ডিম্ববাহী নলী বা ফেলপিয়ান নলী (oviduct or Pallopian ) আৰু জৰায়ুৰ দ্ধাৰা গঠিত।

              ডিম্বাশয়ে স্ত্ৰীজনন কোষ গঠন কৰে ।এইবোৰক ডিম্বানু বোলে। মানুহৰ ক্ষেত্ৰত যিকোনো এটা ডিম্বাশয় প্ৰতিমাহতে এটা পৈনত ডিম্বানু ডিম্বাবাহীত  এৰি দিয়ে আৰু নিষেচনৰ পাছত জৰায়ুত Uteus ভ্ৰুণৰ বিকাশ হয়। শুক্ৰানুৰ দৰে ডিম্বাণুৰ এটা একক।

 অংগসমুহ (Femal Reproduction Orgens)

Related:-স্ত্ৰীজনন অংগসমুহ কেনেকৈ গঠিত ?

অংগসমুহ (Femal Reproduction Orgens)


Ans:-  স্ত্ৰীজনন অংগসমুহত এযোৰ ডিম্বাশয় (Ovaries),এযোৰ  ডিম্ববাহী নলী বা ফেলপিয়ান নলী (oviduct or Pallopian ) আৰু জৰায়ুৰ দ্ধাৰা গঠিত।

              ডিম্বাশয়ে স্ত্ৰীজনন কোষ গঠন কৰে ।এইবোৰক ডিম্বানু বোলে। মানুহৰ ক্ষেত্ৰত যিকোনো এটা ডিম্বাশয় প্ৰতিমাহতে এটা পৈনত ডিম্বানু ডিম্বাবাহীত  এৰি দিয়ে আৰু নিষেচনৰ পাছত জৰায়ুত Uretus ভ্ৰুণৰ বিকাশ হয়। শুক্ৰানুৰ দৰে ডিম্বাণুৰ এটা একক।

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, Niyomiya Barta,Amar Asom,Asom Aditya,Dainik Janambhumietc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

Post a Comment

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.