প্ৰানীৰ প্ৰজনন (Animal Reproduction)
Related Question:-প্ৰানীৰ প্ৰজনন কাক বোলে ?কি কি ?
প্ৰানীৰ প্ৰজননঃ- প্ৰানীৰ যিটো প্ৰক্ৰিয়াৰ মাজেৰে নতুন সতি বা সন্তানৰ জন্ম হয় এই প্ৰক্ৰিয়াকে প্ৰানীৰ প্ৰজনন বোলে ।
প্ৰানীৰ প্ৰজনন দুই প্ৰকাৰৰঃ-
(ক)যৌন প্ৰজনন (Sexual Reproduction)
(খ)অযৌন প্ৰজনন (Asexual Reproduction)
Related Question :-যৌন প্ৰজনন কাক বোলে?
যৌন প্ৰজনন(Sexual Reproduction):-যি প্ৰজননত প্ৰানীৰ পুং আৰু স্ত্ৰীৰ জনন কোষ মিলিত হয় আৰু যোজন কোষ গঠন কৰে । আৰু যোজনকোষৰ পৰা নতুন জীৱৰ গঠন হয় এই প্ৰজননক যৌন প্ৰজনন বোলে ।
Related Question:-পুংজনন অংগসমুহসমুহ কি কি ?
(a)পুংজনন তন্ত্ৰত এযোৰ শুক্ৰাশয় (Testis)
(b)এযোৰ শুক্ৰবাহী নলী (vas deferns )এটা শিশ্নৰ(Penis)ৰ দ্বাৰা গঠিত l
Related :- শুক্ৰাশয়ে কি উৎপন্ন কৰে ?শুক্ৰানু কাক বোলে।
(c)শুক্ৰাশয়ে পুংজননবোৰ উৎপন্ন কৰে ।এইবোৰক শুক্ৰানু বোলে ।
Question:- মানুহৰ শুক্ৰানু কেনেকৈ গঠিত ?
Ans:-মানুহৰ শুক্ৰানুত এটা শিৰ ,এটা মধ্যাংশ আৰু এডাল নেজেৰে গঠিত ।ইয়াৰ আকাৰ অতি ক্ষুদ্ৰ।
অংগসমুহ (Femal Reproduction Orgens)
Related:-স্ত্ৰীজনন অংগসমুহ কেনেকৈ গঠিত ?
Ans:- স্ত্ৰীজনন অংগসমুহত এযোৰ ডিম্বাশয় (Ovaries),এযোৰ ডিম্ববাহী নলী বা ফেলপিয়ান নলী (oviduct or Pallopian ) আৰু জৰায়ুৰ দ্ধাৰা গঠিত।
ডিম্বাশয়ে স্ত্ৰীজনন কোষ গঠন কৰে ।এইবোৰক ডিম্বানু বোলে। মানুহৰ ক্ষেত্ৰত যিকোনো এটা ডিম্বাশয় প্ৰতিমাহতে এটা পৈনত ডিম্বানু ডিম্বাবাহীত এৰি দিয়ে আৰু নিষেচনৰ পাছত জৰায়ুত Uteus ভ্ৰুণৰ বিকাশ হয়। শুক্ৰানুৰ দৰে ডিম্বাণুৰ এটা একক।
অংগসমুহ (Femal Reproduction Orgens)
Related:-স্ত্ৰীজনন অংগসমুহ কেনেকৈ গঠিত ?
Ans:- স্ত্ৰীজনন অংগসমুহত এযোৰ ডিম্বাশয় (Ovaries),এযোৰ ডিম্ববাহী নলী বা ফেলপিয়ান নলী (oviduct or Pallopian ) আৰু জৰায়ুৰ দ্ধাৰা গঠিত।
ডিম্বাশয়ে স্ত্ৰীজনন কোষ গঠন কৰে ।এইবোৰক ডিম্বানু বোলে। মানুহৰ ক্ষেত্ৰত যিকোনো এটা ডিম্বাশয় প্ৰতিমাহতে এটা পৈনত ডিম্বানু ডিম্বাবাহীত এৰি দিয়ে আৰু নিষেচনৰ পাছত জৰায়ুত Uretus ভ্ৰুণৰ বিকাশ হয়। শুক্ৰানুৰ দৰে ডিম্বাণুৰ এটা একক।



bice
ReplyDelete