Medicin Nobel 2023 awarded to Katalin Kariko and Drew Weissman.
কাটালিন কাৰিক আৰু ড্ৰেৱ ৱেইচমেনলৈ ২০২৩ বৰ্ষৰ মেডিচিন নৱেল বটাৰ ঘোষনা ।
২০২৩ বৰ্ষৰ ঔষদীয়ৰ বিজ্ঞান প্ৰযুক্তিৰ বাবে Katalin Kariko আৰু Drew Weisman লৈ নবেল বটা প্ৰধান।
প্ৰযু্ক্তিঃ-দ্বৈত স্বাস্থ্য বিজ্ঞানী দুজনে জানিছিল যে mRNA য়ে কেনেকৈ মানৱ/দেহৰ ভিতৰত Immunoৰ লগত যোগাযোগ সম্পৰ্ক বাহাল কৰিব পাৰে ।
যোৱা 1990 চনৰ পৰা জৈৱৰসায়নিক Katalin Karikoই mRNA হৈছে therapeutic আদিৰ লক্ষণৰ বিষয়ে বুজি উঠিছিল । যিহেতু তাইৰ সহ কৰ্মচাৰী আৰু immunilogist ,Drew Weisman ৰ গৱেষনাত উলাই আহিছিল যে যত তাই পৰীক্ষা নিৰীক্ষা কৰি পাইছিল যে নিউক্লিয়চাইড পুনঃগঠিত আৰু ইয়াৰ জীৱৰ দেহৰ কেনেদৰে প্ৰভাৱ পেলাব পাৰে । আনহাতে 2005 চনত প্ৰতিজৈৱিকসমূহ mRNA পদ্ধতিৰে যত Pfizer/BioNtech আৰু কভিড বিৰুদ্ধে প্ৰস্তুত বেকচিনৰ বাবেওঁ mRNA পদ্ধতি ব্যৱহাৰ কৰা হয়।
নৱেল বটা পোৱাৰ কাৰণঃ- mRNA পদ্ধতিৰ বাবে ।
অন্যবিভাগৰ নবেল বটাসমূহ:-3,4,5,9 অক্টোবৰত হে নবেল বটা প্ৰদান কৰা হব।
Indian Eminent Agriculture Scientist is no more.ভাৰতৰ কৃষিবিজ্ঞানী M.S.Swaminathan পৃথিৱীত আৰু নাই ।
M.S.Swaminathan কোন হয় ,তেওঁৰ বিষয়ে পৰীক্ষাত কেনেকৈ আহিব পাৰে কিছুমান প্ৰশ্ন ,বলকচোন তেওঁৰ বিষয়ে অলপ অধ্যয়ণ কৰোহঁক।
চমুকৈঃ- M.S.Swaminathanৰ সম্পুৰ্ণ নাম হ'ল Mankombu Sambasivan Swaminathan.তেখেতক চমুকৈ ভাৰতৰ "GREEN REVOLUTION"ৰ মিস্ত্ৰী বুলি জনা যায় । অৰ্থাৎ architect of the country's "Green Revolution".তেওঁৰ মৃত্যুৰ সময়ছোৱাত বয়স আছিল ৯৮ বয়স।২০২৩ চনৰ ২৮ ছেপ্তেমবৰত তেখেতৰ মৃত্যু হয়।
পৰিয়ালঃ- M.S.Swaminathan ৰ তিনিজনী জীয়ৰি আছিল।আৰু তিনিজনী জীয়ৰিয়ে নাম থকা দেশৰ প্ৰথমজনী কন্যা Soumya Swaminathan হৈছে chief scientist world health organisation ,দ্ধিতীয়জনী হ'ল Madhura Swaminathan অৰ্থনীতি বিশ্লেষণৰ অধ্যাপক ,Indian statstical institute বাংগালুৰু আৰু MSSRF ৰো মূখ্য সচিব। আনহাতে তৃতীয়জনী হ'ল Nitya Rao হৈছে NISDৰ পৰিচালক হোৱাৰ লগতে University of East Anglia ৰো পৰিচালক। আৰু তাইৰ শ্ৰীমতী Mina Swaminathan আছিল Distinguished Chair,Gender and Developement .
শিক্ষাঃ ১৯২৫ চনৰ ৭ আগষ্টৰ Kumbakonam ৰ ঠাইত জন্ম হৈছিল। M.S swaminathan আগৰে পৰাই interest in Agricultural science ৰ প্ৰতি আকৰ্ষিত হৈছিল।Cytogenetics ত ১৯৪৯ চনতেই Indian Agricultural Research Institute (IARI) New Delhi ৰ পৰা Post Graduate হয়। M.S swaminathan হে Doctor of Phillosopy degree ,কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰা হয়।আৰু তাতেই তেখেত পত্নীৰ সৈতে চিনাকী হৈছিল।
কৰ্মঃ-১৯৫৪ চনত Central Rice Reasearch Institute (CRRI)ত যোগদান দিয়ে। আনহাতে ১৯৬৬ চনত IARI ৰ পৰিচালক হয়। আনহাতে Indian Council of Agricultural Reasarch ৰো মূখ্য সচিব পৰিচালক হয় আনহাতে Union Ministry of Agriculture and Irrigation ৰো অধ্যক্ষ হয়।আনহাতে ২০০৪ চনতো ৰাষ্ট্ৰীয় কৃষি আয়োগৰো সচিব হৈছিল যত জনা গৈছিল Swaminathan Commission. তাৰোপৰিওঁ ২০০ চনৰ পৰ ২০১৩ লৈকে ৰাজ্যসভাৰ সদস্য হৈছিল।
বটাঃ-১৯৬৭ চনত পদ্মশ্ৰী বটা লাভ কৰিছিল।Ramon Magasaysay বটাও ১৯৭১ চনত লাভ কৰিছিল।



Comments
Post a Comment