কলা Tissue Class 9
কলা /Tissue:- একে উৎসৰ পৰা উৎপন্ন হোৱা একে ধৰনৰ গঠনযুক্ত আৰু একেধৰনৰ কাৰ্য সম্পন্ন কৰা সুসংগঠিত কোষসমষ্টিক কলা/Tissue বোলে।
'You can read now কলা কি? কলা কাক বোলে ?
উদ্ভিদ কলাৰ ক্ষেত্ৰত :- উদ্ভিদ বিলাক স্থিৰ একে ঠাইত থাকে ইহঁত লৰচৰ কৰিব নোৱাৰে ।
ইহঁতৰ বৃদ্ধি দেহৰ কোনো অঞ্চলত সীমাবদ্ধ থাকে ।
উদ্ভিদৰ কলাক দুুইপ্ৰকা্ৰ পাব পাৰি স্থায়ী আৰু ভাজক কলা ।
"You Can Read উদ্ভিদ কলাৰ বৈশিষ্ট্যসমূহ কি কি?"
প্ৰাণীকলাৰ ক্ষেত্ৰত:- প্ৰানীৰ খাদ্য সংগী আৰু আশ্ৰয়ৰ বাবে লৰচৰ কৰিব পাৰে ।
প্ৰানীৰ কলাৰ ক্ষেত্ৰত জীৱনজুৰি বৃদ্ধি হয় ।
আনহাতে প্ৰানীৰ বিভাজন কলাই একে ঠাইতেই সীমাবদ্ধ হৈ থাকে ।প্ৰানীৰ ক্ষেত্ৰত ভাগ কৰিব নোৱাৰি ।
You can read:-উদ্ভিদ কলা আৰু প্ৰানী কলাৰ প্ৰাৰ্থক্য"
উদ্ভিদৰ কলাক কেইটা ভাগত ভাগ কৰিব পাৰি?ভাগসমুহৰ বিষয়ে লিখা?
উদ্ভিদৰ কলা
উদ্ভিদৰ কলাসমুহক দুইপ্ৰকাৰত ভাগ কৰিব পাৰি-(ক)ভাজক কলা/Meristamatic Tissue আৰু
(খ)স্থায়ী কলা (Permanent Tissue)
(ক)ভাজক কলা:- i.উদ্ভিদৰ বৃদ্ধি কেৱল মাত্ৰ কিছুমান অঞ্চলতে হয় আৰু এই অঞ্চলটো বিভাজন কলাৰে গঠিত।আৰু এই কলাসমুহক ভাজক কলা বোলে।
Related :-ভাজক কলা কি
ii.কোষ বিভক্ত হৈ নতুন নতুন কোষ উৎপাদন কৰিব পাৰি ।
iii.ভাজক কলাক তিনিপ্ৰকাৰত বিভাজিত কৰিব পাৰি।
অগ্ৰস্থ ভাজক কলা
নিবেশিত ভাজক কলা
পাৰ্শ্বীয় ভাজল কলা
Related :- ভাজক কলাৰ ভাগসমুহ ।what is meristematic tissue class 9
সম্বদ্ধীয় প্ৰশ্ন -অগ্ৰস্থ ভাজক কলা কত পোৱা যায়?
অগ্ৰস্থ ভাজক কলা :-অগ্ৰস্থ ভাজক কলাৰ কাম উদ্ভিদৰ কাণ্ড আৰু শিপা বৃদ্ধি কৰা । অগ্ৰস্থ ভাজক কলাক উদ্ভিদৰ আগ অংশত পোৱা যায় ।
নিবেশিত ভাজক কলা:- পাতৰ গুৰিত বা গা-গছৰ গাঠিত থাকে আৰু মুকুল সৃষ্টি কৰে ।উদাহৰণ:-ইকুইছিটাম. ।
পাৰ্শ্বীয় ভাজক কলা:- ই কাণ্ডৰ কলৱেৰ বৃদ্ধি কৰে ।ইয়াক কেমবিয়াম বোলে ।
Related:- কেমবিয়াম কি,কেমবিয়ামৰ কাম।define the term tissue class 9
(খ)স্থায়ী ভাজক কলা(Permanent Tissue)
স্থায়ীকলাসমূহৰ আকৃতি গঠন আৰু কাৰ্যঅনুসৰি তিনিভাগত ভগাব পাৰি।
i.সৰল কলা/Simple Permanent Tissue
ii.জটিল কলা/Complex Permanent Tissue
iii.বিশেষ কলা/স্বতন্ত্ৰ কলা
i.সৰল কলাসমূহক তিনিপ্ৰকাৰৰ এই কলাসমূহ হল পেৰেনকাইমা কলা,কলেন কাইমা কলা আৰু স্কেৰেনকাইমা কলা।
পেৰেনকাইমা কলাসমুহ কলাসমুহ গোলাকৃতি নাইবা বহুভূজকৃতিৰ ।কোষবোৰ জিৱীয় আৰু কোষমধ্যেৱৰ্তীস্থান যুক্ত।কোষবেৰ চেলুলেজৰে গঠিত।দুটা ৰসধানী থাকে।
Related :- সৰল কলাৰ তিনিটাভাগসমুহৰ বিষয়ে অধ্যয়ণ
কলেনকাইমা কোষবোৰ আয়তাকাৰৰ আৰু প্ৰস্থচ্ছেদক কাষ বা ষড়ভূজাকৃতিৰ কাম উদ্ভিদক শাৰীৰিক শক্তি বিশেষকৈ বিস্তাৰন শক্তি প্ৰধান কৰা ,যাতে ধুমুহা ,বতাহ বা বৰষুণ আদিত থাকিব পাৰে ।
স্কেলেৰেনকাইমা কলাসমূহ দেখাত দীঘলীয়া ।যথেষ্ট ঠান আৰু ডাঠ ।কোষসমূহ মৃত।মৃতকোষবোৰ ফাইবাৰ ।
Related :-Cholenchyma,Scelerenchyma and Parenchyma.
জটিল স্থায়ী কলা
জটিল কলা দুই প্ৰকাৰৰ জাইলেম আৰু ফ্লৱেম।
জাইলেম কলা ,উদ্ভদিৰ সংবহন গুচ্ছত জটিল কলা থাকে ।ই সাধাৰনতে টান।জাইলেমে শিপাৰ জৰিয়তে পানী শোষন কৰে ।
Related :- উদ্ভিদৰ কোনটো কলাই পানী শোষন কৰে।simple permanent tissue class 9
Xyllem/জাইলেম কলাৰ ভাগসমূহ
i.ট্ৰেকী বা নলীকা
ii.ট্ৰেকাইড
iii.জাইলেম তন্তু বা কাষ্ঠিক তন্তু ॥
ফ্লোৱেম কলা,ফ্লোৱেম কলাৰ যোগেদি পাতত প্ৰস্তুত হোৱা জৈৱ আহাৰ উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়।ফ্লোৱেম চাৰিটা কোষেৰে গঠিত।
Related Question:-ফ্লোৱেম কলা কিহেৰে গঠিত?
ফ্লোৱেমৰ চাৰিটা কোষসমূহ ক্ৰমে
চালনী নলীকা
সঙ্গী কোষ
ফ্লোৱেম বা কাষ্ঠ পেৰেনকাইমা আৰু
কাষ্ঠ তন্তু ॥
প্ৰানী কলা(Animal Tissue)
বহুকোষী প্ৰানীৰ দেহ অসংখ্য কোষেৰে গঠিত এই কোষবোৰৰ আকাৰ গঠন আৰু কাম বেলেগ বেলেগ।Related:-প্ৰানীকলাৰ ভাগসমূহৰ বিষয়ে অধ্যয়ন
প্ৰানীকলাসমূহক চাৰিভাগত ভাগ কৰিব পাৰি ।ভাগসমুহ হ'ল -
ক)আৱৰনী/আচ্ছাদক কলা Eliptical Tissue
খ)সংযোজক কলা/Connective Tissue
গ)পেশীকলা/Muscular Tissue
ঘ)স্নায়ু কলা /Nervous Tissue
ক)আৱৰনী কলা:-প্ৰানীৰ দেহক সুৰক্ষা দিয়াৰ বাবে বাহ্যিক আৱৰনখনেই আচ্ছাদক কলা। আচ্ছাদক কলাই দেহৰ বিভিন্ন অংগ আৰু দেহ গুহাৰ আৱৰণ গঠন কৰে ।
Related :-আৱৰনীৰ কলাৰ প্ৰকাৰসমুহ
আৱৰনী কলাৰ প্ৰকাৰসমুব ক্ৰমে
১)সৰল আৱৰনী কলা
২)স্তৰীভূত আৱৰনী কলা
বিভিন্ন প্ৰকাৰৰ আচ্ছাদক কলাসমুহৰ গঠন কাৰ্য অনুযায়ী বেলেগ বেলেগ ।
খ)সংযোগ কলা:-তেজ বা ৰক্ত হৈছে এবিধ বিশেষ ধৰনৰ সংযোগ কলা
Related Q.এবিধ বিশেষ ধৰনৰ তৰলীয় সংযোগ কলাৰ নাম কি?
তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰৱ্যক প্লাজমাকেন্দ্ৰ আনহাতে অন্য এক প্ৰকাৰৰ সংযোগ কলা হল অস্থি।
গ)পেশীকলা(Muscular Tissue):- পেশীকলাসমুহ কিছুমান দীঘলীয়া কোষেৰে গঠিত ।ইয়াক পেশীতন্তু বোলে।প্ৰানীৰ ইচ্ছামতে পেশী সঞ্চালন কৰিব পাৰে ।
Related:-পেশীকলা কি কোষেৰে গঠিত।
ঘ)স্নায়ুকলা(Nervouse Tissue):-প্ৰানীৰ সকলো জীৱিত কোষেৰে গঠিত ।প্ৰানীৰ মস্তিস্ক ,স্নায়ুৰজ্জু আদি কোষেৰে গঠিত।এনেধৰনৰ কোষবোৰক স্নায়ুকোষ বোলে।
Related:-স্নায়ুকোষ কাক বোলে?
কোষবোৰৰ পৰা দীঘল নলীসদৃশ চাইটপ্লাজমৰ স্নায়ু প্ৰবৰ্ধ ওলায় ইয়াক এক্সন বোলে।ইয়াৰোপৰিওঁ কিছুমান চুটী আৰু শাখা -প্ৰশাখাযু্ক্ত স্নায়ুপ্ৰবৰ্দক ডেনড্ৰাইট বোলে।
সংবহন কলাতন্ত্ৰ(Vascular Tissue System)
কাণ্ড আৰু মূলৰ অগ্ৰস্থ ভাজল কলাৰ প্লিৰমত থকা প্ৰকেমবিয়ামৰ ক্ষুদ্ৰ দীঘলীয়া কোষবোৰ বিভক্ত হৈ জাইলেম আৰু ফ্লোৱেম কলাৰ সৃষ্টি কৰে ।জাইলেম আৰু ফ্লোৱেম কলাক সংবহন গুচ্ছ বোলা হয় ।
MCQ
Multiple Choice Question for Other Govermant exam /ADRE2.0/Assam Police.1. এটা নিউৰনৰ প্ৰায় কিমান মিটাৰ দীঘল
a)2m
b)1m....
c)6m
d)8m
2.তেজৰ অৰ্ধজুলীয়া দ্ৰৱ্যক কি কোৱা হয়-
a)Plasma
b)Axon
c)Dandried
d)DNA
3.উদ্ভিদৰ দেহত জাইলেমৰ কাম কি?
a)উদ্ভিদৰ থিয় হোৱাত সহায় কৰা।
b)শিপাৰ জৰিয়তে পানী শোষন কৰে ।
c)DNAand RNA বিশ্লষন কৰা
4.পাৰ্শ্বীয় ভাজক কলাৰ অন্য নাম-
a)জাইলেম
b)পেৰেনকাইমা
c)স্নায়ুকোষ
d)কেমবিয়াম
5.জাইলেম হৈছে-
a)সৰল কলা
b)জটিল কলা
চ)স্নায়ু কলা
d)ওপৰৰ সকলো হয়।
6.পেৰেনকাইমাৰ প্ৰধান কাম
a)পানী শোষন কৰা
ব)কাৰ্বন ডাই গেছ ত্যাগ কৰা
c)খাদ্য সঞ্চিত কৰা
d)ওপৰৰ c আৰু a শুদ্ধ হয়।
7.স্কেলেৰেনকাইমাৰ আকৃতি দেখাত কেনেকুৱা
a)triangle
b)Square
c)Hexagonal
d)Circle
8.অগ্ৰজ ভাজক কলা থাকে-
a)উদ্ভিদৰ আগ অংশত
b)উদ্ভিদৰ মধ্যঅংশত
c)উদ্ভিদৰ তল অংশত
d)উদ্ভিদৰ সকলো ঠাইত
9.ট্ৰেকাইড হৈছে-
a)জাইলেমৰ অংশ
b)মগজুৰ অংশ
c)কামিহাড়ৰ মধ্যচ্ছতা
d)অক্সিজেন কঢ়িওৱা কলা
10.কলেনকাইমাৰ কোষত থাকে
a)Lignin and challulose
b)Cellulose and Pactin
c)Lignin
d)Oxide
Download now for pdf mode-Click Now



ভালাগিল
ReplyDelete