APSC GS Paper Assam ,অসম বুৰঞ্জী॥
মধ্যযুগৰ অসম
পুৰণি সময়ছোৱাত অসমক প্ৰথমে প্ৰাগজ্যোতিপুৰ আৰু কামৰূপ নামে জনা গৈছিল।আনহাতে ত্ৰয়োদশ শতিকাত যেতিয়া আহোমসকলে ৰাজত্ব কৰিছিল তেতিয়াৰ পৰা গোটেই দেশখনকেই অসম নামে পৰিচিত হৈছিল। বুৰঞ্জীয়ে কয় যে আহোমসকলে এই দেশলৈ অহাৰ সময়ত দিখৌ আৰু দিচাং নৈৰ পাৰত বসবাস কৰিছিল।তেতিয়া সেই সময়ছোৱাত মৰাণ আৰু বৰাহী জাতি দুটা আছিল ।
অসমৰ মধ্যযুগ বুলি কলে ত্ৰয়োদশ শতিকাৰ প্ৰায় আৰম্ভণিৰ পৰা উনবিংশ শতিকাৰ প্ৰথম ভাগলৈ অৰ্থাৎ আহোমসকলৰ আগমনৰ পৰাই ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱাক অসমৰ বুৰঞ্জীৰ মধ্যযুগ বুলি কোৱা হয়।
*পশ্চিমে কৰতোয়া নদীৰ পৰা বৰ্তমানৰ দৰং আৰু নগাও্ জিলালৈ কমতা ৰাজ্য আছিল।
*চুটীয়া সকলৰ ঠাই আছিল ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ সোৱঁণশিৰি আৰু দিচাং নৈৰ মাজৰ অংশ।
প্ৰশ্নাৱলী
১.অসমৰ পুৰণি নাম দুটা কি কি আছিল
(ক)কামৰূপ আৰু অসম
(খ)আহোম আৰু মুংডন চুনখাম
(গ)প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ(yes)
(ঘ)ওপৰৰ এটাও নহয়॥
২.পশ্চিমে কৰতোয়া নদীৰ পৰা দৰং আৰু নগাওঁ জিলালৈ বিস্তৃত ৰাজ্যৰ নাম কি আছিল?
(ক)আহোম
(খ)কমতা ৰাজ্য(yes)
(গ)চুটীয়া
(ঘ)কোচ
আহোম ৰাজ্য
মধ্যযুগৰ অসম ৰাজ্যত বিখ্যাত টাই বা শান জাতিৰ মানুহে ৰাজনৈতিক প্ৰভুত্ব লাভ কৰিছিল।আহোম সকলে ৬০০ বছৰ ৰাজত্ব কৰিছিল।
*আহোমসকলে প্ৰথমে অসমখনৰ নাম ৰাখিছিল "মুংডুন চুনখাম"অৰ্থাৎ সোণৰ বাগিছাৰে ভৰা দেশ*
প্ৰশ্নাৱলী
৩.আহোমসকলে কেইবছৰ ৰাজত্ব কৰিছিল?
(ক)৫০০ বছৰ
(খ)৬০০ বছৰ(yes)
(গ)২০০ বছৰ
(ঘ)৪০ বছৰ
৪.আহোমসকলে প্ৰথমে অসমখনৰ নাম কি ৰাখিছিল?
(ক)কামৰূপ
(গ)প্ৰাগজ্যোতিষপুৰ
(গ)মুংডুন চুনখাম(yes)
(ঘ)কমতা
৫.মুংডুন চুনখামৰ অৰ্থ আছিল ?
(ক) পুৰ্বোত্তৰ অসম
(খ)সোণালী অসমী
(গ)সোণৰ বাগিছাৰে ভৰা দেশ(yes)
(ঘ)খ আৰু গ দুয়োটাই হয়।
৬."মুংডুন চুনখাম" নামেৰে অসমৰ নাম ৰাখিছিল--
(ক)আহোমে(k)
(খ)চুটীয়াসকলে
(গ)বড়োসকলে
(ঘ)কছাৰীসকলে
প্ৰশ্নৱালী
৭.চুকাফাই অসমৰ কোনখন ঠাইত ৰাজধানী পাতিছিল?
(ক)ৰংপুৰত(yes)
(খ)চৰগুৱাত
(গ)মাজুলী
(ঘ)দৰং
৮.আহোমসকলে কোনখন পাহাৰ অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল
(ক)হিমালয়
(খ)কাঞ্চনজংগা
(গ)নীলাচল
(ঘ)পাটকাই(yes)
৯.চুকাফাই কিমান বছৰ ৰাজত্ব কৰিছিল?
(ক)৫০০ বছৰ
(খ)৪০ বছৰ(yes)
(গ)৫০ বছৰ
(ঘ)ওপৰৰ এটাও নহয়।
১০.বামুনী কোৱঁৰ বুলি কাক কোৱা হয়
(ক)চুকাফাক
(খ)চুডাংফাক(yes)
(গ)চুক্লেনমুং
(ঘ)মহামানিক্য
১১.চুডাংফাক কিয় বামুনী কোৱঁৰ বুলি কোৱা হয়?
(ক)চৰগুৱাত ৰাজধানী পাতাৰ বাবে
(খ)এওঁৰ দিনত নৰা আৰু কমতা ৰণ হোৱাৰ বাবে
(গ)১৩৯৭ চনৰ পৰা ১৪৭ চনত ৰজা হোৱাৰ বাবে
(ঘ)বামুণৰ ঘৰত ডাঙৰ দীঘল হোৱাৰ বাবে ।(yes)
পৰৱৰ্তী সময়ত কিছু নোট APSC/ADRE/Assam Governmentjob/ related note দিয়া হব

Comments
Post a Comment