Skip to main content

3 secret study tips,আপুনি পঢ়াসমুহ কেনেকৈ মনত ৰাখিব

 3 secret study tips,study tips for auditory learners,essie study tips,exam study tips,



Tittle:-How to study remain every topic in everyday ,আপুনি পঢ়াসমুহ কেনেকৈ মনত ৰাখিব



আপুনি পঢ়ি লোৱা অথবা যিকোনো কথা ষ্মৃতি শক্তি মনোবল বৃদ্ধি কৰিবলৈ আৰু মনোস্থিৰতা বৃদ্ধি কৰিবলৈ তলত দিয়া বৈশিষ্ট্যসমুহ আপোনালোকৰ জীৱনকালত সুন্দৰ কৰিব বুলিয়ে আজিৰ এই পষ্টটো আগবঢ়োৱা হৈছে:-

***নমস্কাৰ আপোনাক E -Karsang Takar লৈ স্বাগতম জনাইছো ,আমাৰ এই ৱেৱ পেজত আপোনালোকৰ বৰ্তমান সাম্প্ৰতীক সময়ৰ ঘটনাৰ পৰা ধৰি স্কুল-কলেজৰ শিক্ষানুষ্ঠানৰ প্ৰশ্ন-কাকত ,প্ৰশ্নোত্তৰৰ লগতে যিকোনো পৰীক্ষামূলক বিষয়ৰো প্ৰশ্ন যুগোতো‍ৱা হয় । আপুনিওঁ আপোনাৰ প্ৰশ্নৰ কাকত যিকোনো পৰীক্ষাৰ কাকত অথবা প্ৰবন্ধ প্ৰেৰণ কৰিব বিচাৰিলে আমাৰ Contact us নামৰ Page ত গৈ প্ৰেৰণ কৰিব পাৰিব নাইবা email-payengtapan@gmail.com টো পঠিয়াব পাৰিব । ***
3 secret study tips,study tips for auditory learners,essie study tips,exam study tips,


1. **নিশ্চিত লক্ষ্যস্থান এটা বাছনি কৰক:** আপুনি এনেকুৱা এটা লক্ষ্য বাছি লওঁক যাতে এই লক্ষৰ পৰা কোনো বিশেষ আমোদজনলৈ বিকৰ্ষিত নহওঁক তাৰ বাবে তুমি সপোনৰ লক্ষ্য আগত ৰাখি কষ্ট বা  উদ্দেশ্যবোৰ  ৰাখি পঢ়িবলৈ বা কৰিবলৈ আৰম্ভ কৰক যাতে সপোনে -দিঠকে কেৱল এটা লক্ষ্য হওঁক।

Tag:-study tips for high school students


2. **কেনেকৈ পঢ়িব লাগে বা কিছু ফ্লেনিং এটা বনাব:** দৈনন্দিনে এটা সময় বাচঁনি কৰক আৰু প্ৰতিটো পঢ়াৰ সময়ত ১০০-২০০ পৰ্যন্ত শব্দৰ ভাণ্ডাৰ বোৰ লগতে বাক্যবোৰে প্ৰকৃততে কি বুজাবলৈ চেষ্টা কৰিছে তাৰ প্ৰতি নজৰ দিব,   আপুনি পঢ়ি লোৱা  বিষয়বস্তুৰ প্লেনসমুহ  পঢ়া টেবুলত লিখি লব । আৰু আজৰি সময় বা নপঢ়াৰ সময়ত নিশ্চয় আপোনাৰ চকু টেবুললৈ যাব আৰু লিখি থোৱা শব্দৰ আপোনাৰ চকু পৰিব ,আৰু এনেদৰে অভ্যাসত পৰিনত কৰিব।

Tag:-visual learner study tips

3. **জিজ্ঞাতে আপুনি অস্বাস্থ্যকৰ:** তেনে সময়তে নিশ্চয় আপোনাৰ লগতে সকলোৰে পঢ়িবলৈ মন নকৰিব কাৰণ স্বাস্থ্য দুৰ্বল লিখিব নোৱাৰি যথাসময়ত  সেয়ে এই সময়ছো‍ৱাত  সদায় টেবুলৰ কাষত  বহিবলৈ চেষ্টা কৰিব আৰু টেবুলৰ সমুখত আৰি থোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়সমুহলৈ চাবলৈ চেষ্টা কৰিব আৰু  স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ যত্ন লব যাতে পৰৱৰ্তী সময়ত সুস্থ মন মগজুৰে কিতাপৰ কথা মনোযোগ দিব পাৰে ॥

Tag:-3 secret study tips

4. **নিজস্বভাৱে পঢ়াৰ কৌশল অৱলম্বন কৰিব:** কি কেনেকৈ পঢ়িলে সকলোবোৰ তথ্য  তাৰ প্ৰতি কৌশল অৱলম্বন কৰিবলৈ চেষ্টা কৰিব ।যাতে কোনো কাৰনতে অধ্যয়ণৰ প্ৰতি আমনি নহওঁক।

5. **নিজৰ সময় নিৰ্ধাৰণ কৰক:** আপোনাৰ পঢ়াৰ সময় নিৰ্ধাৰণ কৰক আৰু সময়ৰ পিছত সময়পযোগী হোৱাকৈ  বনাওক কেৱল নিজৰ বাবে ।আৰু বেছি সময়লৈকে পঢ়িবওঁ নালাগে মনমগযুৱে যিমানলৈকে সময় দিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব ॥
**তাৰোপৰিওঁ নিজকে মনোগ্ৰাহী হ'বলৈ বৰ্তমান সময়তে ইন্টাৰনেটত উপলব্ধ হোৱা  কিছু কিছু Motivation Speech শুনি থাকিব নাইবা কেইখন চিনেমা চাব যেনেকৈ শিক্ষামূলক সমুহ ।মহৎ মানুহসকলৰ কাহিনী পঢ়িবলৈ আৰম্ভ কৰিব ।যাতে তেওঁলোকৰ বিশেষ কিবা শিকিবলৈ সক্ষম হয়॥

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.