AI এ ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰে ।how much of the world uses ai
**যেতিয়া UPSC interviews এজনৰ সাক্ষাৎপাৰ্থীক সুধিছিল**
বৰ্তমান যুগ হৈছে ইন্টাৰনেটৰ যুগ । এতিয়া সকলো আপোনাৰ আৰু আমাৰ হাতৰ ৰেখাত আছে আপোনাৰ ভাগ্য। ইন্টাৰনেটৰ ফলত যিমানেই হেলেহুৱা গৈ গৈছে তাৰ মাজতে নতুন নতুন আৱিষ্কাৰ ,এনেই পৃথিৱীৰ ৰাইজ সকলে কষ্ট কৰা বাদ দিছে এতিয়া আকৌ ইন্টাৰনেটৰ পিছত আৰু নতুন আৱিস্কাৰ হল A.I.যাক কওঁ Intelligent Artificial.AI ৰ যোগেদি এতিয়া সকলো পৰিপুদ্ধ মনে যি বিচাৰে সকলো পোৱা গল ,গুগুলেও বিচাৰি নোপোৱা AI য়ে এতিয়া চাৰি-চুক কোন মাৰি বিচাৰি দিব পৰা হল।AI ৰ দ্বাৰা চৰ্তকাৰ্ট ৰাস্তা পোৱা গল।
AI হে কেইটামান কৰিব পৰা কাম:-
A.যিকোনো ফটোক ,যিকোনো ভাষাৰ উক্তিত কবলৈ দিব পাৰি যাক মনোৰঞ্জনধৰ্মি হিচাপেওঁ ব্যৱহাৰ কৰা হৈছে।
B.যিকোন AI টোলত নিজৰ পাঠ্যপুথিৰ নজনা কথাবোৰ সহজতে পোৱা গল।যেনে আমি টোলত লিখিব পাৰো
Mahatma Gandhi ঠিক সেইদৰে লিখাৰ লগে লগে মহাত্মা গান্ধীৰ বিষয়ে আমাৰ আগত দাঙি ধৰা ।
C.মুঠতে যিকোনো বিষয়ৰ জ্ঞান পাব পাৰো ।
আমি জানো যে সকলো বস্তুৰে ঋনাত্মক আৰু ধনাত্মক দিশ থাকে নিৰ্ভৰ কৰে এই সমুহৰ ব্যৱহাৰ কৰ্তাৰ ওপৰত আমি যদি ইয়াৰ কু-প্ৰভাৱ সমুহ চাওঁ-
D..AI ৰ ফলত কিতাপ খৰছী মাৰি পঢ়া বন্ধ কৰা হল।
E.যিকোনো প্ৰতিযোগীতামূলক পৰীক্ষাত নকল হিচাপে চুৰাংভাৱে সম্ভাৱনা থাকিব পাৰে ।
F.ইয়াৰে আটাইতকৈ বেয়া দিশ হল কোনো ছোৱালী বা লৰা ফটো ব্যৱহাৰ কৰি নগ্নতাৰ ৰূপ দেখুৱাই হয় অন্য তৃতীয়পুৰুষে ধন দাবী কৰিব পাৰে ।
G.চৰকাৰী বাবে তথা ৰবটিক হৈ পৰিব লগতে নিৱনুৱাৰ সংখ্যা বাঢ়ি গৈ থাকিব।
উদাৰহৰণস্বৰূপে আমি চিনেমাত চোৱা যেনে চুপাৰ হিৰ চিনেমা Iron Man ৰ কথাকে কব পাৰি যত আমি Jervise আদি Artificial intelligent ৰ কথা উদাহৰণ লব পাৰো।(বি:দ্ৰ:যিসকলে Iron Man চোৱা নাই তেওঁলোকে চাব পাৰে অলপ কমকৈ হলেওঁ AI ৰ কথা জানিব পাৰি)
অপকাৰ দিশ যদি চাওঁ:- বিভিন্ন AI Platfrom ৰ দ্ধাৰা কোনো লৰা বা ছোৱালীৰ ফটো ব্যৱহাৰ কৰি যৌনকাৰী দিশত ব্যৱহাৰৰ কৰা ইত্যাদি ইত্যাদি
◼(c)Karsang Takar

Also follow my blog
ReplyDelete