Skip to main content

The rise of neo-religious sentiment |নৱ্যধৰ্মীয় ভাবধাৰ‍াৰ উত্থান |Class 8|the rise of neoliberalism|

                                  নৱ্যধৰ্মীয় ভাবধাৰ‍াৰ উত্থান 

    Some very Importants :-

    (ক).অষ্টম শতিকামানৰ পৰাই ভাৰতত নৱ্যধৰ্মীয় ভাবধাৰাৰ উত্থান হৈছিল।                                      

     (খ)দাক্ষিণাত্যৰ তামিল ৰাজ্যৰ আলোৱাৰ আৰু নায়নাৰসকলেই ভক্তিবাদৰ বাটকটীয়া ।                            

    (গ)ভ‍াৰতৰ বিভিন্ন ঠাইত ভক্তিবাদ আৰু চুফীবাদৰ প্ৰসাৰ ঘটিছিল।

    The rise of neo-religious sentiment


    ভক্তিবাদ :-

    ভক্তি হ'ল সেৱা বা প্ৰাৰ্থনা ।ইয়াত ভগৱানক ভক্তি বা প্ৰাৰ্থনা কৰা বুজোৱা হৈছে। ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তি।

    নৱ্যধৰ্মীয় ভাবধাৰাৰ আৰম্ভণি আৰু প্ৰসাৰ:-

    ভ‍াৰতৰ অষ্টাদশ শতিকাত নৱ্যধৰ্মীয়ৰ উত্থান হৈছিল ।এই সময়ছো‍ৱাত ভক্তিবাদৰ বিৱৰ্তন হৈছিল।ৰাম,কৃষ্ণ আদিয়ে বেলেগ নামাকৰণেৰে একেশ্বৰে ধৰ্মগুৰিসকলে প্ৰতিষ্টা কৰিছিল।

           এই সময়ছো‍ৱাত মানুহখিনিয়ে জাতিভেদ প্ৰথাত বিশ্বাস কৰি ধৰ্মীয়ৰ আলোড়ণ কৰি তুলিছিল। কিন্তু এচাম ধৰ্মগুৰুৰ আৱিৰ্ভাৱত নতুন ধৰ্মৰ জন-জাগৰণ হৈছিল ।তেওঁলোকৰ মতে এক চৰণ এক হৰন এক ভগৱানৰ প্ৰতি ভক্তিবাদ কৰিছিল । ধৰ্মীয় গুড়ামী আৰু জাগ-যজ্ঞ কৰি পূজা অৰ্চনা কৰাৰ প্ৰতি বিৰোধিতা কৰিছিল আনহাতে কিছু ধৰ্মগুৰুসকলে কবিতা ,গীত,নাট প্ৰদৰ্শন কৰি শাক্ত ধৰ্মৰ বিৰোধিতা কৰিছিল।

    3.ভাৰতৰ দাক্ষিণাত্যত প্ৰচাৰ কৰা প্ৰথমজন ধৰ্মগুৰু কোন আছিল তেওঁৰ বিষয়ে চমুকৈ লিখা?

    Ans:- ভাৰতৰ দাক্ষিণাত্যত ভক্তিবাদৰ প্ৰচাৰ কৰা আচাৰ্যজন হ'ল শংকৰাচাৰ্য।

          ভাৰতৰ প্ৰথম আছিল। কেৰেলাৰ প্ৰদেশৰ পূৰ্ণা নদীৰ পাৰৰ ৭৮৮ খ্ৰীঃত জন্ম গ্ৰহণ কৰিছিল । শংকৰাচাৰ্য চাৰিবেদৰ জ্ঞান জানিছিল।তেখেতৰ মেতে একৰ বাহিৰে দুই সত্তাৰ অস্তীত্ব স্বীকাৰ কৰা নহয়।

    Realted to :- 

    UPSC Note perspective

    APSC Approaced

    SSC Notes


    4.ৰামানুচাৰ্য কোন আছিল?

    Ans:-ৰামানুচাৰ্য ১১৫০ খ্ৰীঃত মাদ্ৰাছ বৰ্তমানৰ চেন্নাইত জন্ম গ্ৰহণ কৰিছিল। তেওঁ বৈষ্ণৱবাদৰ প্ৰচাৰক হিচাপে জাতি-ভেদৰ বিৰোধিতা কৰিছিল।

    5.উত্তৰ ভাৰতৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতাসমুহ নাম কি কি?                                                                  

     Ans:-স্বামী ৰামানন্দ,কবীৰ,তুলসী দাস আৰু গুৰুনানক॥

    6.ভাৰতৰ  ভক্তিবাদৰ প্ৰচাৰক শংকৰাচাৰ্য ,ৰামানুচাৰ্য,তুলসী দাস,গুৰুনানকৰ বিষয়ে লিখা?  

     উত্তৰ:- শংকৰাচাৰ্যঃ- দাক্ষিণাত্যত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা আচাৰ্যসকলৰ ভিতৰত প্ৰথম ।

    কেৰেলা প্ৰদেশৰ পূৰ্ণা নদীৰ  পাৰৰ এখন গাৱত ৭৮৮ খ্ৰীঃত জন্ম গ্ৰহণ কৰিছিল।শংকৰাচাৰ্য বেদান্ত দৰ্শনৰ অদ্বৈতবাদৰ প্ৰচাৰ কৰিছিল।

    ৰামানুচাৰ্যঃ-১১৫০ খ্ৰীঃত ৰামানুজৰ জন্ম হয়।ৰামানুচাৰ্য বিষ্ণু ভক্তিৰ ওপৰত গুৰুত্ব দিছিল।জাতি -ভেদৰ বিৰোধিতা কৰিছিল।

    তুলসী দাসঃ-ভক্তি আন্দোলনৰ অন্যতম প্ৰচাৰক। ধৰ্মপ্ৰচাৰৰ বাবে ৰামচৰিত মানস ৰচনা কৰিছিল আৰু ভগৱান বিষ্ণুৰ অৱতাৰ ৰামৰ প্ৰতি মানুহৰ আকৰ্ষণ কৰিছিল।

    গুৰুনানকঃ-উত্তৰ ভাৰতৰ অন্যতম ভক্তিমাৰ্গৰ প্ৰচাৰ কৰোতা আছিল।পঞ্জাৱৰ শিখ ধৰ্মৰ প্ৰৱৰ্তক আছিল।তেওঁৰ মতে অন্যতম ধৰ্মৰ উদ্দেশ্য।তেওঁৰ মতে ধৰ্ম বিচাৰত ধনী,দুখীয়া,শ্ৰেনীভেদ আৰু লিংগভেদ নাছিল তেওঁৰ দৃষ্টি সকলোৱেই সমান আছিল।

       নাম 

     

    তেওঁলোকৰ বিষয়ে

    শংকৰাচাৰ্য

     

     ইয়াত ক্লিক কৰ‍ক

    ৰামানুচাৰ্য

     

    ইয়াত ক্লিক কৰ‍ক 

    তুলসী দাস

     

     ইয়াত ক্লিক কৰ‍ক

    গুৰুনানক

     

      ইয়াত ক্লিক কৰ‍ক



    If you know than you can use for Your Notes


    1.the rise of neo-religious sentiment

    2.the rise of neoliberal feminism

    3.the rise of neoliberalism

    4.the rise of neo feudalism

    5.the rise of neoliberal feminism pdf

    6.the rise and fall of the neoliberal order review

    7.rise of religious nationalism

    8.on the religion of nature

    9.on the religion of nature analysis


    Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

    Comments

    © 2020 E-KarsangTakar

    Designed by Open Themes & Nahuatl.mx.