অকলশৰে থকা ঘৰখন(অনুভৱ)
◼কাৰ্চাং তাকাৰ
নৈ বৈ যায়
এই বাটেৰে আকৌ উভতি নাহে
ই থমকি নৰয়
যেনেকৈ বেলি নতুন হৈ পশ্চিমত লুকায় ॥
ঠিক তেনেকৈ যেনেকৈ উৰুঙা পজাঁৰ ঘৰ আকাশলৈ চকু দিলেওঁ অমাৱশ্যা ,নিজৰ বুলিবলে আপোন বুলিবলৈয়ো এটি তৰাওঁ ৰাতি দেখা নাই।এটা সময় আছিল জীৱনটো বহুত বাৰ উৰিচিলো লগৰ -সমনীয়াৰ সতে কেতিয়াবা কলেজৰ কেন্টিনত কেতিয়া ইটায়ে-ঠায়ে।মাজে সময়ে দিওঁ আবেলিৰ ফোনৰ ৰিজৰ্টত ।সচাকৈ সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল মইচোন উভতি চাবকেই পৰা নাই আৰু যাবওঁ নোৱাৰে । জানোচা এটি প্ৰেমৰ ৰেলত আমি ডবা হৈ জ্গ জ্গ কৰি যোৱাৰ কথাৰএৰালো চিঙিল । ইয়াৰে প্ৰেমৰ বন্ধুসহই পঢ়িছে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত মাষ্টাৰ অফ চাইঞ্চ (M.sc) ধ্ৰুৱজ্যোতি ৰাজবংশী,গুৱাহাটীৰ আসাম ডাউন্ট টাউন বিশ্ববিদ্যালয়ত এম বিএ কৰিছে বন্ধু প্ৰজ্ঞান প্ৰতিম বৰাই,গুৱাহাটীৰ নক্ষত্ৰ আই এ এছ কোৰ্চিং চেন্টাৰত বন্ধু ভৱেশ টাইদে চলাইচে নিজৰ প্ৰস্তুতি ,অৱশ্যে মই চলাইছো তাৰ সমান্তৰাল বাবে নাই কোনো কোৰ্ছিং মুঠতে পৰোক্ষ ভাৱে ইউটিবৰ পৰা ,কিনো কম ঐ কাংকান মোৰ দুখৰে অকৰাতিৰ কথা,ইফালে চলাইছে বন্ধু বিশ্বজিত দাসো আগন্তুক পৰীক্ষা মুঠতে মোৰ ভগৱানলৈ এটা অনুৰোধ মোৰ বন্ধুসৱৰ সপোনসমূহ দিঠকত পুৰত কৰক ।
কিন্তু কি কম এতিয়া ,নদীৰ পাৰে থকা অকলশৰীয়া কহুৱা । ডিঙি থিয় কৰি চাওঁ কৰবাত নিজকে সকলে দেখো ,জীৱনৰ সুখ-দুখৰ কথাবোৰ কবলৈ কাৰ বাকছত জাপো সময় বাগৰি গ'ল , তেওঁলোকো বাগৰি গ'ল নেকি ? নে মই কৰবাত বাটৰ লেকাম নোহোৱাত কাছ হৈ ৰলো। বাটবোৰ যে বৰ পিছল কৰবাত কাইট কৰবাত দলং নথকা নদী । দলঙৰ ওপৰে পাৰ হৈ যাওঁতেই নে কৰবাত মই পৰিলো নেকি? হেৰা সাতুৰিবওঁ নাজানো । তোমালোকে যদি এবাৰ উভতি চোৱা হ'লে সুখে সুখে জীয়ালোহেতেন ভালপোৱা চিলাৰ কথা নকওঁ তাই চিলা ফাগুনত নতুনকৈ ফুলা ফুলৰ দৰে নতুন শিমলু ফুলিলেই তালৈকো উৰা মাৰি যাব পাৰে ।তেওঁলোক যদি সি বোলে ভাৰতৰ অৰ্থনীতি,সি এনো ইতিহাস ,নতুবা সি ভাৰতৰ ৰাজনীতি নাইবা তাই সাম্প্ৰতীক সময় অথচ তাই ৰিজনিং আৰু গণিতে নাথাকিলেহেতেন কেতিয়াবাই লিখিলোহেতেন ফেচবুকত অকলশৰীয়া বুলি।
তাৰ পিছতো এই হৃদয়ৰ ঘৰখনি বৰ অকলশৰীয়া তোমালোকৰ মাতবোৰ যদি এবাৰ হলেওঁ অহা যোৱা কৰিলেহেতেন পৰম সুখ পালেহেতেন নে??

Comments
Post a Comment