Skip to main content

Important notes for ADRE,APSC 2024

 পলকতে কিছু সাধাৰণ-জ্ঞান

About of Biru bala


আপুনি পঢ়ি আছে ekarsangtakar.com

1.পলাশী যুদ্ধ ১৭৫৭ চনত  ভাগীৰথী নদীৰ পূৱ দিশত বংগৰ পলাশী নামৰ ঠাইত যুদ্ধ হৈছিল,যুদ্ধখন হৈছিল বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ  ৰবাৰ্ট ক্লাইব আৰু ছিৰাজ উদ্দোলাৰ মাজত ।
2.1818 ৰ পৰা 1856 চনৰ সময়ছোৱাত দেশৰ কোনো এজন ৰজাৰ পুত্ৰ বা পুতেক নাথাকে অথবা তুলি অনা পুতেক থাকিলে লৰ্ড ডেলহাউচীয়ে স্বত্ববিলোপ নীতি প্ৰৱৰ্তন কৰি এই ৰাজ্যক নিজৰ অধীনলৈ আনিছিল।
3.Charter Act 1813 আইনৰ অধীনত ভাৰতবৰ্ষগ পোন প্ৰথম বাৰৰ বাবে ইংৰাজী শিক্ষাৰ প্ৰচলন কৰা হয়।
4.1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হয়,আনহাতে প্ৰথম অধিৱেশনৰ সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী।এই অধিৱেশনত মুঠ বাসত্তৰ জন উপস্থিত হৈছিল।
5.ভাৰতৰ সংবিধান গঠনৰ সময় খছৰা কমিটিৰ সভাপতি আছিল  বি আৰ আম্ভেদকাৰ।অন্যসদস্য সকল আছিল ক্ৰমে, এন গোপালস্বামী আইয়েংগাৰ,আলাদি কৃষ্ণস্বামী আইয়াৰ,ছৈয়দ মহম্মদ ছাদুল্লা,এন মাধৱ ৰাওঁ,কে এম মুঞ্চি আৰু ডি পি কাইথান।
6.1990 চনত প্ৰথম মানৱ উন্নয়ন প্ৰতিবেদন(Human Developement Report) প্ৰকাশ কৰা হয়।
7.2014 চনত পৰিকল্পনা আয়োগৰ সলনি NITI আয়োগ গঠন কৰা হয়।NITI Ayog গঠন হল বুলি 2014 চনত স্বাধীনতা দিৱসত ঘোষনা কৰিছিল। ইয়াৰ প্ৰথম বৈঠক হৈছিল দিল্লীত । NITI Ayog ৰ সদস্য সকল ক্ৰমে-এজন উপাধ্যক্ষ,ৰাজ্যসমূহৰ মূখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল,চাৰিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী,মূখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞ॥
8.ভাৰতৰ অসম ৰাজ্যৰ গোলাঘাট,কাৰ্বি আংলং আৰু নগাওঁ জিলালৈ বিয়পি থকা বৃহৎ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান খনেই হৈছে কাজিৰঙা উদ্যান।ইয়াৰ মাটিকালি 858.98 বৰ্গ কিলোমিটাৰ।1908 চনত কাজিৰঙাক অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে।

আপোনাৰ অনলাইন বিজ্ঞাপনৰ বাবে আমালৈ যোগাযোগ কৰক

9.বৰপেটাৰ ভোৰতল নৃত্যবৰপেটাৰ শংকৰী সংস্কৃতিৰ সম্প্ৰসাৰণ ভোৰতাল নৃত্যই অসমৰ সেই বিশেষ জিলাখনৰ ধ্ৰুপদী নৃত্যৰ ৰূপৰ পৰা বিকশিত হৈছিল আৰু ইয়াক বিকশিত কৰিছিল এজন সুপৰিচিত সত্ৰীয়া শিল্পী নৰহৰী বুঢ়া ভকটে।

ছয়ৰ পৰা দহজন নৃত্যশিল্পীয়ে এই নৃত্য পৰিৱেশন কৰে আৰু জংঘল প্ৰদৰ্শন কৰি ভাল সংখ্যক আকৰ্ষণীয় গঠন প্ৰস্তুত কৰে। এই নৃত্য বৃহৎ গোটতো পৰিবেশন কৰিব পাৰি। ইয়াক অতি দ্ৰুত স্পন্দনত পৰিবেশন কৰা হয়। এই বিটক " 7hiya Nom" বুলি জনা যায় । বৰপেটা আৰু গুৱাহাটীৰ আশে-পাশে উৎসৱৰ সময়ত এই নৃত্য দেখা যায়।
10.অসম” নামটোৰ উৎপত্তিৰ অন্যতম মতামত প্ৰাচীন সংস্কৃত সাহিত্যত প্ৰাচীন অসমৰ বাবে ‘প্ৰাগজ্যোতিষ’ নাম  ব্যৱহাৰ কৰা হৈছিল। মহাকাব্য দুখন- মহাভাৰত আৰু ৰামায়ণ আৰু পুৰাণতো ইয়াৰ উল্লেখ পোৱাৰ পৰাই ইয়াৰ প্ৰাচীনতা প্ৰতিষ্ঠা কৰিব পাৰি। ‘প্ৰজ্যোতিষ’ বা ‘প্ৰাগজ্যোতিষ্পুৰ’ নামটোৰ সন্দৰ্ভত গাইটে (১৯৯২, পুনঃমুদ্ৰণ) লিখিছে যে প্ৰাগৰ অৰ্থ ‘পূৰ্ব’ বা ‘পূব’ আৰু জ্যোতিষৰ ‘এটা নক্ষত্ৰ’, জ্যোতিষ, জিলিকি থকা। প্ৰাগজ্যোতিষপুৰক সেয়েহে ‘পূব জ্যোতিষ নগৰ’ বুলি ধৰিব পাৰি। 

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.