TDC FIRST SEMESTER EXAMINATION:2023 (FYUGP)
Course Code: SEC108
Title of the Course: Applied Yoga for holistic science
Full Marks: 80
Pass Marks:
Time: 2.30 hours
The figures in the margin indicate full marks for the questions.
1. Answer the following in one word or in one sentence each: এটা শব্দ বা বাক্যত উত্তৰ দিয়া:1X4=4
a) When observe the International Yoga Day? আন্তৰাষ্ট্রীয় যোগ দিবস কেতিয়া পালন কৰা হয়?
b) Which components of our body connecting by Yoga practice? যোগাভ্যাসে আমাৰ শৰীৰব কোন কোন অংগ সংযোগ ঘটায়?
c) Who wrote the book "Yoga Sutra"? যোগসূত্র গ্রন্থ কোনে ৰচনা কৰিছিল?
d) Which two words composed in Pranayama? প্রাণায়ামত কোন দুটা শব্দ সংযোগ হৈ আছে?
2.Write short notes on any two of the following: যিকোনো দুটাৰ চমুটোকা লিখা 4x2=8
a) Benefit of Surya Namaskar সূর্য নমস্কাৰৰ উপকাৰিতা
b) Yoga and value education যোগ আৰু মূল্যবোধৰ শিক্ষা
c) Yoga as a holistic science সামগ্রিক বিজ্ঞান হিচাপে যোগ
d) Yoga and prevention of diseases যোগ আৰু ৰোগ নিৰাময়
3. Discuss briefly the concept of Yogic practices. যোগ অভ্যাসৰ ধাৰণা সম্পর্কে চমুকৈ আলোচনা কৰা।
Or
What do you mean by Astanga Yoga? Describe the components of Patanjali Astanga yogic practice 4 x8-12
অষ্টাংগ যোগ বুলিলে কি বুজা? পতঞ্জলি অষ্টাংগ যোগ অভ্যাসব ভাগ সমূহব সম্পর্কে বর্ণনা কৰা।
4. Discuss briefly the concept and purposes of Asana practices.আসন অভ্যাসৰ ধাৰণা আৰু উদ্দেশ্য সম্পর্কে আলোচনা কৰা।
Or
12.Write briefly the difference between Asana and Exercise. আসন আৰু ব্যায়ামৰ মাজত থকা পার্থক্য সমূহ চমুকৈ আলোচনা কৰা।
5. Write briefly the usefulness of Pranayama for breath control.
শ্বাস-প্রশ্বাস নিয়ন্ত্রণত প্ৰাণায়ামৰ উপযোগিতা সম্পর্কে চমুকৈ আলোচনা কৰা
Or
Describe the preparations prior to practices of Pranayama. প্রাণায়াম অভ্যাসৰ পূর্ব প্রস্তুতি সম্পর্কে বর্ণনা কৰা।12
6. Discuss the types of Dhyana (Meditation) and benefits of Dhyana.
ধ্যানৰ প্ৰকাৰ আৰু ইয়াৰ উপকাৰিতাব বিষয়ে আলোচনা কৰা।
Or
Describe briefly the importance of Yoga for physical and mental growth of students.
ছাত্র-ছাত্রীৰ শাৰিৰীক আৰু মানসিক বিকাশত যোগৰ অবিহণা সম্পর্কে চমুকৈ আলোচনা কৰা।
7. Practical will be held separately.যোগৰ অনুশীলন পৰীক্ষা পৃথক ভাবে অনুষ্ঠিত কৰা হ'ব।

Comments
Post a Comment