আজিৰ পষ্টটোত Past Tense (অতীত কাল)ৰ বিষয়ে কম অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা ধৰি বিভিন্ন পৰীক্ষামুলক পৰীক্ষা Tense ৰ লগত সম্পৰ্কীয় প্ৰশ্ন দেখিবলৈ পোৱা যায় ।
Tense মুঠ তিনি প্ৰকাৰ:-
(a)Present Tense
(b)Past Tense
(c)Future Tense
আজিৰ এই পষ্টটোত Past
Tense বিষয়ে আলোচনা কৰিম আৰু
লগতে Past Tense ৰ Correct
Tense কৰিব পৰাকৈ সহজ টিপছ
আলোচনা কৰিম ,কোনো বাক্য আমি
কেনেকৈ চিনি পাম Past Tense ৰ কোনটো ভাগত আছে ।
Past Tense:- অতীতত হৈ যোৱা
যিকোনো কাম বুজাবলৈ ব্যৱহাৰ কাল বা সময়ক অতীত কাল বা Past Tense বোলে ।Past Tense সাধাৰণতে
চাৰিটা ভাগ
Also read this :-Voice (I) Present Tense ৰ Voice
1.Past Indefinite Tense:-
অতীতত সাধাৰনতে
হৈ যোৱা ঘটনা বা কাম বুজালে Past Indefinite Tense
হয়।
Past Indefinite Tense ৰ সুত্ৰ
Subject +Verb(V2/Past Tense)+Object
Past Indefinite Tense ৰ Conjugation কৰাৰ সহজ নিয়ম
প্ৰতিটো subject ৰ লগতেই verb টোত Past tense /v2 ৰূপটো বহে।উদাহৰণস্বৰূপে তলত conjugation তালিকাটো দিয়া হ'লPast Indefinite Tense ৰ Conjugation কৰাৰ সহজ নিয়ম
|
Person |
Singular |
Plural |
|
1st |
I went |
We went |
|
2nd |
You went |
You went |
|
3rd |
He/She/it/Zubeen went |
They Went |
Tips:- যদিয়ে কোনো
বাক্যত Yesterday,Last
Day,Previous day,etc শব্দকেইটা থাকিলে
Past Indefinite tense হয়।
example:- Yesterday I went to market.ইয়াত yesterday আৰু verb টো V2 থকাৰ বাবে বাক্যটো Past Indefinite Tense ।
CORRECT TENSE:-
উদাহৰনস্বৰূপে তলত কেইটামান Correct tense দিয়া ।
(a)He(meet)me last sunday
Ans:- He met me last sunday.
(b)Yesterday Hima Day(went)to mising olympic.
Ans:-Yesterday Hima Das went to Mising Olympic.
2.Past Continuouse Tense:-
অতীতৰ যিকোনো কাম অতীতত একেৰাহে চলি থকা বুজালে বা দেখুৱালে Past
Continuous Tense হয়।
Past Continuouse Tense ৰ গঠন
Subject+Was/Were+Verb(ing)+Object.
Conjugation কৰাৰ নিয়ম
অৰ্থাৎ কোনটো Subject ৰ লগত কি কি Auxillary Verb বহিব তাৰেই কিছু নিয়ম,
(i)First Persong Singular Number I ৰ লগত was হব আৰু Plural Number ৰ subject ,We ত ' were' auxillary verb বহিব আৰু verb ত ing যোগ হব।
eg.. I was going
We were going.
(ii) Second Person ত both singular আৰু Plural Number ৰ ত You ৰ লগত were হব । যেনে:-You were singing
(iii)Third Person Singular Number ৰ subject ত He/She/it/Zubeen আদিত was বহিব আৰু Plural Person Subject They ত were বহিব আৰু Verb ত ing যোগ হব।
eg.He was going
Zubeen was playing football
Papon was singing a song
They were going to Japan
Table of Past Continuous
|
Person |
Singular |
Plural |
|
1st |
I was reading |
We were readiing |
|
2nd |
You were reading |
You were reading |
|
3rd |
He/She/it/Narendra was reading |
They were reading |
Important :-যদিয়ে বাক্য When ৰে আৰম্ভ হয় মাজতো থাকে অথবা while ,then আদি থাকিলে Past Continuouse Tense হয় ।
e.g When I went he was Coming.
Past Indefinite tense আৰু Past Continuouse tense ৰ লগত সম্পৰ্ক
যদিয়ে প্ৰথমটো বাক্য Past Indefinite tense হয় আৰু when /while দুয়োটা থাকি ইয়াৰ পিছৰটো বাক্য Past Continuoise Tense হৈ পৰে ।
অথবা প্ৰথমটো বাক্য Past Continuoise tense হলেওঁ while /when ৰ পিছত থকা বাক্যটো Past Indefinite tense হব।
e.g.(a) I saw him when He was playing ludo ইয়াত প্ৰথমটো বাক্য Past Indefinite tense আৰু পিছৰটো Past Continuouse Tense হয়।
(b)Lovleena Borgohain was playing boxing when Hima Das played Badminton.ইয়াত when ৰ আগত থকা বাক্যটো Past Continuouse tense আৰু পিছৰটো Past indefinite tense.
(3).Past Perfact tense
অতীতত কোনো এটা ঘটনা নিমিষতে হৈ যোৱা সময়ক Past Perfact Tense বোলে।
ইয়াৰ গঠন/Formation
Subject+Had+Verb(V3/Past Participle )+Object.
নিয়ম:-প্ৰতিটো subject ৰ লগতেই had হব আৰু verb টো Past Parciple/V3 হব।
তলত ইয়াৰে conjugation ৰ তালিকা দিয়া হল
Table of Past Perfact Tense
|
Person |
Singular |
Plural |
|
1st |
I had gone |
We had gone |
|
2nd |
You had gone |
You had gone |
|
3rd |
He/she/it/Dipika had gone |
They had gone |
example :-I had gone
we had played
He had written
Tips :- যদিয়ে বাক্যত Ago,Before আৰু Afte আদি শব্দ তিনিটা থাকিলে Past Perfact Tense হয় । আৰু এই শব্দ তিনিটা থাকিলে Past Indefinite tense ৰ লগত related হয়।
e.g I went to school before he had come here.
ইয়াত I went to school টো Past Indefinite tense আৰু beforebhe had come টো হৈছে Past Perfact tense হয় ।
4.Past Perfact Continuous Tense:-
অতীতৰ কোনো এটা সময়ৰ পৰা আৰম্ভ হৈ গৈ অতীতৰ কোনো এটা সময় শেষ হোৱা বুজালে Past Perfact Tense হয়।উদাহৰণস্বৰূপে:- প্ৰয়াত তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ 2001 চনৰ পৰা 2018 চনলৈকে অসমৰ মুখ্যমন্ত্ৰী হৈছিল।
Formation
Subject+had+been+Verb(ing)+Object.
নিয়ম:-
প্ৰতিটো subject ৰ লগতে had been হব আৰু verb ত ing বহিব।
তলত ইয়াৰ তালিকা সমুহ দিয়া হ'ল।
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|

Comments
Post a Comment