Skip to main content

কৰ্ণাটকৰ তিনি মন্দিৰক UNESCO ৰ WORLD HARITAGE SITE হিচাপে ঘোষনা ॥And Good News for ADITYA L1

 

কৰ্ণাটকৰ তিনি মন্দিৰক UNESCO ই WORLD HERITAGE site হিচাপে ঘোষনা .

কৰ্ণাটকৰ তিনি মন্দিৰক UNESCO ই WORLD HERITAGE site হিচাপে ঘোষনা ..

আটাইকেইটা মন্দিৰক সংৰক্ষণৰ দায়িত্বত আছে Archeological Survey of India.বেলুৰৰ হয়ছালা মন্দিৰ,হালেবিদু আৰু সোমনাথপুৰক UNESCO ই ২০২৩ চনৰ ১৮ ছেপ্তেম্বৰৰ ১৮ তাৰিখে WORLD HARITAGE SITE হিচাপে ঘোষনা কৰে । বেলুৰত থকা চেন্নাকেশবা মন্দিৰ  আৰু হালেবিদু হয়ছালাশ্বৰা মন্দিৰ দুয়োতাকেই ২০১৪ চনতেই UNESCO ই WORLD HARITAGE SITE হিচাপে দাবী কৰাৰ কাৰনেওঁ ৰিকগনাইছ কৰিছিল। কেশবা মন্দিৰ মায়চুৰ জিলাৰ সোমনাথপুৰত অৱস্থিত আনহাতে অন্য  দুটা মন্দিৰক অফিছিয়েলী নমিনেটেত হৈছিল ২০২২-২০২৩ বৰ্ষত।

Karnataka world haritage site


ICOMOS অৰ্থাৎ  INTERNATIONAL COMMISSION ON MONUMENTS AND SITES  সকলোবোৰ দিশ সামৰি  যোৱা বছৰৰ ছেপ্তেম্বৰ মাহত ঠাইসমূহ দৰ্শন কৰি  চাউদি আৰৱীয় ৪৫ত্বম সভাত এই তিনি মন্দিৰক আনুষ্টানিকভাৱে UNESCO ই WORLD HARITAGE SITE হিচাপে ঘোষনা কৰে । অতীতে কয় যে ১১১৭ খ্ৰীঃপূঃত বিষ্ণুবৰ্ধনৰ দিনত চনকেশৱা মন্দিৰখন নিৰ্মান কৰা হৈছিল বুলি কোৱা হয়॥

ADITYAL1


ADITYA L1 ৰ শেহতীয়া খবৰ

ADITYA L1 সূৰ্যক অধ্যয়ন কৰিব যোৱা বাহনে দিলে ভাল খবৰ । আনহাতে এই বানহন খন ISRO ৰ দ্ধাৰা পঠিওৱা হৈছিল। ADITYA L1 এতিয়াৰ পৰা বৈজ্ঞানিক ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছে লগতে 50,000 অধিক দূৰত্বৰ পৰা উচ্চতম তাপ,থাৰ্মেল ,আয়ন আদি জোখাৰ আৰম্ভ কৰিছে ।

[20/09, 6:45 am] (কাৰ্চাং তাকাৰ): UNESCO KarnatakaExploring the World Heritage Sites,Unlocking the TreasuresUNESCO World Heritage Sites in Karnataka,From Hampi to Pattadakal: UNESCO's Stamp on Karnataka's Rich Heritage,
[20/09, 6:46 am] (কাৰ্চাং তাকাৰ): Exploring the Wonders of Aditya L1: Your Ultimate Guide

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, Niyomiya Barta,Amar Asom,Asom Aditya,Dainik Janambhumietc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.