ass9motion extra questions,গতি class 9 question answer,class 9 motion questions,class 9,motion questions,class 9 motion chapter extra questions,বল আৰু গতি বিষয়ক সূত্ৰ সমূহ,গতি class 9,গতি (Motion)অধ্যায় -8,গতি কেই প্ৰকাৰৰ আৰু কি কি,দ্রুতি আৰু বেগৰ পার্থক্য লিখা,দ্ৰুতি আৰু বেগৰ একক কি,গতি class 9গতি class 9 question answer assamese medium,force and laws of motion class 9,motion introduction class 9,force and laws of motion class 9 ,motion class 9 assertion and reason,motion class 9 assamese medium,
গতি (Motion)অধ্যায় -8
গতি কি? ইয়াৰ বৈশিষ্ট্য আৰু উদাহৰণ।
a.আকাশত চৰাই উৰা,ধমনীৰ মাজেৰে তেজ চলাচল কৰা আদি গতিৰ উদাহৰণ।b.একেটা বস্তু এজনৰ বাবে গতিশীল আৰু আনএজনৰ বাবে স্থিতিশীল হব পাৰে ॥উদাহৰণ যেনে:- গৈ থকা বাছ এটাৰ যাত্ৰী সকলৰ বাবে গছবোৰ পিছলৈ যোৱা আনহাতে বাটত ৰৈ থকা মানুহ এজনে বাছখন গৈ থকা দেখে। গতিকে বস্তু এজনৰ বাবে গতিশীল আৰু আন এজনৰ বাবে স্থিতিশীল॥
c.গতি দুইপ্ৰকাৰত ভাগ কৰিব পাৰি সৰল ৰেখাৰ গতি আৰু বৃত্তাকাৰ গতি ॥
সৰল ৰেখাৰ গতি(Motion Along a straight line)
সৰল ৰেখাৰ গতি কাক বোলে
1.সৰল ৰেখাৰ গতি কাক বোলে?-কোনো প্ৰাৰম্ভিক বিন্দু/প্ৰসংগ বিন্দুৰ পৰা গতি আৰম্ভ হৈ পুনৰ একেটা বাটেৰে উভতি অহা গতিকেই সৰল ৰেখাৰ গতি বোলে।
সৰণ কি
2. সৰণ কি ?-বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দুৰত্বক সৰণ বোলে ।গতিৰ ক্ষেত্ৰত মান শূন্য হলেওঁ সৰণ শূণ্য নহয়।
সুষম গতি আৰু বিষম গতি(Uniform Motion and Non-Motion)
3.সুষম গতি কি(What is Uniform Motion):- যেতিয়া কোনো বস্তুৱে সমান সমান সময়ৰ ব্যৱধানত দুৰত্ব অতিক্ৰম কৰে এই গতিক সুষম গতি বোলে । সুষম গতি হবলৈ সৰলৰৈখিক গতি হব লাগিব ।সৰল ৰৈখিক গতিক বিষম গতিতকৈ কম সময়ৰ প্ৰয়োজন হয়।4. বিষম গতি কি(What is Non Motion):- যেতিয়া কোনো এটা বস্তুৱে অতিক্ৰম কৰোতে বেলেগ ব্যৱধানত দুৰত্ব অতিক্ৰম কৰে তেনে গতিক বিষম গতি বোলে।
বিষম গতিৰ সৰল ৰৈখিক অথবা বৃত্তাকাৰ গতিতো যাব পাৰে ।
গতি বিষয়ক সূত্ৰ
5.গড় দ্ৰুতিৰ সুত্ৰটোৰ প্ৰকাশ ৰাশিটো প্ৰকাশ কৰা ?
Ans:-
গড়দ্ৰতি=অতিক্ৰম কৰা দুৰত্ব/অতিবাহিত সময়
v=s/t
ইয়াত গড়দ্ৰুতি হ'ল- কোনো বস্তু এটাই এটা একক সময়ত অতিক্ৰম কৰা ৰাশিক দ্ৰুতি বোলে ।
ইয়াৰ SI একক হল -ms´1 or m/s or cms´1 or
Kmh´1
v=s/t
v= দ্ৰুতি
s=দুৰত্ব
t=সময়।
6.প্ৰশ্ন:- কোনো বস্তু এটাই 15 m দূৰত্ব 5 ছেকেণ্ডত আৰু তাৰ পিছৰ 20 m দূৰত্ব 4 ছেকেণ্ডত অতিক্ৰম কৰে ।বস্তুটোৰ গড় দ্ৰুতি মান কিমান হ'ব?
Solution:
বস্তুটোৱে মুঠ অতিক্ৰম কৰা দূৰত্ব=15m+20m
=35 m
অতিবাহিত কৰা সময় = 5 s+ 4s
= 9 s
এতেকে গড়দ্ৰুতি হ'ব(s)=D/S
=35m/9
=3.88ms´1
গতিকে বস্তুটোৰ অতিক্ৰম কৰা গড়দ্ৰুতি হ'ব=3.88m/s.*দ্ৰুতিৰ যদিয়ে দিশ আৰু মান দুয়োটা নিৰ্দেশ কৰাকে ৰাশি বোলে । ex-u,v.
*আনহাতে গতিশীল বস্তু এটাৰ নিৰ্দিষ্ট দিশৰ দ্ৰুতিক বেগ বোলে । বস্তু এটাৰ বেগ সুষম বা পৰিৱৰ্তনশীল হব পাৰে।বস্তুৰ দিশ,দ্ৰুতি দুয়োটা সলনি কৰি ইয়াৰ পৰিৱৰ্তন ঘটাব পাৰি।
7. বস্তু এটাৰ দ্ৰুতিৰ গড়বেগৰ প্ৰকাশ ৰাশিটো প্ৰতিষ্ঠা কৰা ?
Ans:- বস্তু এটাৰ বেগ সুষমভাৱে পৰিৱৰ্তন হলে ইয়াৰ গড় বেগ এক প্ৰদত্ত সময়ত প্ৰাৰম্ভিক বেগ আৰু অন্তিমবেগৰ গড়ৰ সমান।
গড়বেগ=প্ৰাৰম্ভিক বেগ+অন্তিম বেগ/2
অৰ্থাৎ
Uav= u+v/2
ইয়াত
Uav=গড়বেগ
u=প্ৰাৰম্ভিক বেগ
v=অন্তিম বেগ।
Uav ৰ একক ms'1 or m/s.
Click Now জীৱৰ মৌলিক একক অধ্যায় -5 /The fundamental units of Life/Class 9
বেগৰ পৰিবৰ্তন হাৰ(Rate of Change of Velocity)
*সৰল ৰেখাৰে সুষমভাৱে গতিশীল বস্তু এটাৰ বৰ্গ সময়ৰ সাপেক্ষে থাকে । এইক্ষেত্ৰত যিকোনো সময়ৰ অন্তৰালত বেগৰ হাৰ শূন্য হয়।
*বিষম গতিত সময়ৰ সাপেক্ষে পৰিৱৰ্তিত হয় বেগৰ ক্ষেত্ৰত।ত্বৰণ ক্ৰমৰ ৰাশি এটাৰ প্ৰয়োজন হয়-
ত্বৰণ হল বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ।ত্বৰণক "a"ৰে বুজোৱা হয় ।ত্বৰণৰ SI একক হ'ল ms-2.
8.ত্বৰণৰ সুত্ৰটো প্ৰতিষ্ঠা কৰা ।Prove hence the theory of Accelaration.
Solution:- যদি t সময়ত u প্ৰাৰম্ভিক মানৰ পৰা v অন্তিম মানলৈ বস্তু এটাৰ বেগৰ পৰিৱৰ্তন ঘটে ।তেতিয়া ত্বৰণ হয়।
অৰ্থাৎ ত্বৰণ= বেগৰ পৰিৱৰ্তন/অতিবাহিত সময়
a=u-v/t
এতেকে বেগৰ দিশত ত্বৰণ হলে ধনাত্মক আৰু বেগৰ দিশত বিপৰীত হলে ঋনাত্মক ।
9.দ্ৰুতি আৰু বেগৰ প্ৰাৰ্থক্য লিখা ?Write the Difference between Speed and Velocity.?
Ans:-দ্ৰুতি আৰু বেগৰ প্ৰাৰ্থক্য ক্ৰমে
(a) প্ৰতি একক সময়ত অতিক্ৰম কৰা দুৰত্বক দ্ৰুতি বোলে আনহাতে প্ৰতি একক সময়ত হোৱা সৰণক বেগ বোলে ।
(b)দ্ৰুতিৰ দিশ নাই কেৱল মান আছে আনহাতে বেগৰ ক্ষেত্ৰত দিশ আৰু মান দুয়োটাই নাই।
(c)দ্ৰুতি এবিধ স্কেলাৰ ৰাশি আনহাতে বেগ হল ভেক্টৰ ৰাশি।
10. কি কি চৰ্ত বা কি কি চৰ্তৰ সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয় ?
Ans:- কোনো এটা গতিশীল বস্তু এটাই সৰল ৰৈখিকভাৱে গতি কৰে তেতিয়া বস্তুটোৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয়।
11.মটৰ গাড়ীৰ অড'মিটাৰে কি জোখে?সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা ?
Ans:-গাড়ীয়ে অতিক্ৰম কৰা দূৰত্ব জোখে।
সুষমভাৱে গতি কৰা পথটোৰ গতিপথ হ'ব সৰলৰৈখিক।
Ans:-গাড়ীয়ে অতিক্ৰম কৰা দূৰত্ব জোখে।
সুষমভাৱে গতি কৰা পথটোৰ গতিপথ হ'ব সৰলৰৈখিক।
Solution:-
ইয়াত, √200
সংকেতটোৰ দ্রুতি =3 × 108 m.s-1.
অতিবাহিত সময়, t = 5 min = 5×60 s
⇒300 s
∴মহাকাশযানৰ পৰা ভূমিস্থিত ষ্টেচনৰ দূৰত্ব-
S = 3 × 108 m.s-1 × 300 s
= 3 × 108 m.s-1 × 3×10²m
= 9×1010m
|
Previous Class 9 science Related |
13.তুমি কেতিয়াবা বস্তু এটাৰ (i)সুষম ত্বৰণ (ii)বিষম ত্বৰণ বুলিলে কি বুজা ?
Ans:- সুষম ত্বৰণ:- যেতিয়া কোনো এটা বস্তুয়ে সমান সমান সময়ৰ অন্তৰালত হোৱা বেগৰ জোখ সমান হয়,তেতিয়া তাৰ ত্বৰণক সুষম ত্বৰণ বোলে।
বিষম ত্বৰণ:- যেতিয়া বস্তু এটাই সমান সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ পৰিমানৰ বেগৰ পৰিৱৰ্তন হয় তেতিয়া তাক বিষম ত্বৰণ বোলে ।
14.বাছ এখনৰ দ্ৰুতি 5 sec 80 kmh-1 ৰ পৰা 60kmh লৈ হ্ৰাস পালে ।বাছখনৰ ত্বৰণ কি হব নিৰ্নয় কৰা ।
Wrote by Tapan Payeng



Comments
Post a Comment