জোনবাইৰ দেশত মাটি কেনেকৈ কিনিব ॥How to buy land on Moon in Assamese by Karsang Takar
ভাৰতৰ চন্দ্ৰযান - ৩ মিছন সফল হোৱাৰ পাছতো বহুতৰে প্ৰতিযোগিতাত নামি পৰা দেখা গৈছে ,জোনবাইৰ দেশত মাটি কিনা ।অলপতে সাম্প্ৰতীক সময়ত আপোনালোকে হয়তো বাতৰি কাকতে -নিউজে লক্ষ্য কৰিছা যে বলিউদৰ সুদৰ্শন অভিনেতা প্ৰয়াত সুশান্ত সিং ৰাজপুত আৰু বলিউদৰ কিং খান শ্বাহৰুখ খানৰ মাটি পত্তাৰ নাম । প্ৰকৃততে জোনৰ দেশত মাটি কিনাটো সম্ভৱ নে? সচাকৈ মাটিৰ দম-দাৰ কৰেনে মানুহে ?অথবা আপোনালোকৰ হৃদয়ত প্ৰশ্নৰ উদয় হৈছে নহয়নে বাৰু চন্দ্ৰৰ মাটিসমুহনো কোনে বিক্ৰি কৰে ?অথবা চন্দ্ৰৰ এক পত্তা মাটিৰ দাম কিমান ?হয় নমস্কাৰ আপুনি পঢ়ি আৰু চমুকৈ প্ৰয়াস কৰা লেখা॥সদ্যসতে মোৰ লেখাটি আপোনাক মনোগ্ৰাহী কৰিব পাৰিছে যদি আপোনাৰ বন্ধু-বৰ্গলৈ মোৰ লেখাটি ভিতৰণ কৰিব ।ধন্যাবাদেৰে আৰম্ভ কৰো আজিৰ লেখাটি॥
#আপোনাক মাটি বিক্ৰি কৰিব কোনে ?Who sell you land on Moon?
তেন্তে ইয়াৰ উত্তৰ হ'ব যে Lunar Society International আৰু International Lunar Land Registry আদিৰ নিচিনাৰ কোম্পানীয়ে চন্দ্ৰৰ মাটি বিক্ৰি কৰিছে বুলি জানিবলৈ দিয়া গৈছে ।আনহাতে এই কোম্পানীক তেওঁলোকৰ নিজস্ব দেশে ইয়াৰ অনুমোদন জনাইছে বুলি কৈছে । কিন্তু ইয়াৰ বিষয়ে অৰ্থা অনুমোদন দিছে বুলি যু্ক্তি তথা প্ৰমাণ দিব পৰা নাযায়॥আৰু এই ক্ষেত্ৰৰ আপুনিওঁ চন্দ্ৰত মাটি কিনাৰ পৰা অলপ দূৰত থাকক ॥
#চন্দ্ৰত মাটিত একপত্তাৰ দাম কিমান ?How much Price of Moon Land of one acre.
International Lunar Land Registry ৰ মতে চন্দ্ৰত একপত্তা মাটিৰ দাম হ'ল 37.50 Dollars.এনেকৈ কম দামত পোৱাৰ বাবে মানুহে কিনিবলৈ চেষ্টা কৰে ।#সচাকৈ চন্দ্ৰত মাটিত কিনা সম্ভৱনে ?
ইতিমধ্যে কলো যে চন্দ্ৰত মাটি বেচাৰ ব্যৱস্থা কৰিছিকLunar Society International Registration হে । চন্দ্ৰত মাটি কিনাৰ বিষয়ে Defance Aerospace হে Girish Kinnar Ray ৰ মতে চন্দ্ৰত কোনো মাটিয়েই মালিকীকত্বৰ অধিকাৰ নাই 1967 ত এই সাফ-সফলতাৰ উল্লেখিত শাখাত বিৰাসত আছিল।তেতিয়াহলে কোনো মালিক নাই যদি চন্দ্ৰত মাটি বেচা কেনেকৈ সম্ভৱ ॥ আৰু এই সম্পৰ্কে 1967ৰ 10 অক্টোবৰৰ পৰা এই সম্পৰ্কে অৰ্থা দাম-দৰৰ বিষয়ে কোৱা হৈছে ॥Read Now:-India was landing on Moon ,Chandrayan 3
#চন্দ্ৰত কোনে কোনে মাটি কিনিছে ?Who was bought the landod Moon.
ভাৰতৰ আগশাৰীত যদি নাম লওঁ প্ৰয়াত সুদৰ্শন বলিউদ অভিনেতা সুশান্ত সিং ৰাজপুত(Susant Sing Rajput) আৰু বলিউদ কিং খান শ্বাহৰুখ খানে(Shahruk Khan) চন্দ্ৰত মাটি কিনিছে আৰু তেওঁলোক নাম এনো অন্তৰ্ভূক্ত হৈ আছে ।চন্দ্ৰত মাটি লোৱা ভাৰতৰ হৈছে সুশান্ত সিং ৰাজপুত আৰু শ্বাহৰুখ খান ,আৰু অসমৰ জনপ্ৰিয় ইউটিবাৰ Dimpu Baruah
#চন্দ্ৰত এক কটা মাটিৰ দাম
আমেৰিকাৰ ডলাৰ ভিত্তিত যদি চাওঁ এক কটা মাটিৰ দাম হ'ব 42.5 আমেৰিকা ডলাৰছ আনহাতে ভাৰতৰ টকাৰ ক্ষেত্ৰত হব 3430 টকা ।
#চন্দ্ৰত মাটি ক্ৰয় কৰাৰ পদ্ধতি(Process to buy land on moon)
Step1:- প্ৰথম আপুনি lunarregistry.com নামৰ Domain টো Google ত search কৰি ক্লিক কৰিব।lunarregistry.com/moon-land/ ইয়াত ক্লিক কৰিব আৰু তাত বেলেগ বেলেগ এলেকাৰ মাটিৰ পত্তা থাকিব যেনেকৈ Bay of Rainbow,Lakes of Dream আদি মাটিৰ অঞ্চলৰ নাম পোৱা যাব। আৰু ইয়াৰে যিকোনো এটা মাটিৰ অঞ্চল নিৰ্বাচন কৰি লব।
Study Now :-What is Prime Minister Sanman Nidhi Yojana ?
Step2:- আৰু যেতিয়া আপুনি নিজৰ পচন্দৰ মাটিৰ অঞ্চল নিৰ্বাচন কৰাৰ পাছত,এটি পেজ অপেন হব আৰু এই পেজত সম্পুৰ্ণভাৱে নাম পূৰণ কৰি লব আৰু যিমান পৰিমানৰ মাটি কিনিব বিচাৰে কিনিব পাৰিব।
Step3 :- যদিয়ে আপুনি কাৰোবাক উপহাৰ হিচাপত দিব বিচাৰিলে ,উপহাৰ হিচাপে দিব বিচৰাজনৰ নামসমুহ উল্লেখ কৰি আৰু ইয়াৰ পাছত দস্তাবেজটো অৰ্ডাৰ কৰিবলৈ Place order ত ক্লিক কৰিব আৰু এনেকৈ টকা দি কিনিব পাৰিব॥
|
Our Related Article |
|
Link |
|
What is Pm
Kissan |
|
|
|
Chandrayan -3 |
|
|
|
AI Function |
|
ধন্যবাদ মোৰ এই সৰুকৈ লেখাটি কেনে পালে কমেন্ট কৰিব । চন্দ্ৰ/জোনৰ দেশত মাটি কিনা সম্ভৱনে তাৰ সম্পৰ্কে কিবা বিশেষ মতামত আছে যদি মতামত দিব ।ধন্যবাদেৰে মই কাৰ্চাং তাকাৰ আজিলৈ ইমানেই ,জয় আই অসম॥



Comments
Post a Comment