বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয়সকলৰ আগমন
বানিজ্যবাদ:-
(i)ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণ ঘটাই অৰ্থনৈতিক উন্নতিৰ কাৰনে প্ৰচেষ্টা কৰি যেতিয়া চৰকাৰে ব্যৱসায় -বানিজ্য বা অৰ্থনৈতিক কাৰ্য-কলাপ নিয়ন্ত্ৰণ কৰে তাক বানিজ্যবাদ বোলে।
(ii)বানিজ্যবাদৰ শব্দটো ইউৰোপীয় বনিক গোষ্টীৰ পৰা আহিছে॥
ভাৰতৰ লগত ইউৰোপৰ পুৰণু বাণিজ্যিক সম্পৰ্কে আৰু পুৰণি বাণিজ্যিক পথ:-
(i)পঞ্চদশ শতিকাৰ পৰা ইউৰোপীয় সকলে ভাৰতত বেপাৰ পোহাৰ মেলিছিল।
(ii)ভাৰতত উৎপাদিত মচলা ,বস্ত্ৰ,ৰেচম তাৰোপৰি ধাতু যেনে সোণ ৰূপ মূল্যৱান বস্তু আদি বিক্ৰি কৰিছিল।
বাণিজ্যিক পথ হিচাপে যদি উল্লেখ কৰো:-
(ক) উত্তৰ পশ্চিম অঞ্চলৰ স্থলপথ।
(খ)আনটো সাগৰীয় পথ।
প্ৰকৃতাৰ্থত এই পথসমূহ আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ সময়ছোৱাত পথসমূহ বনোৱা হৈছিল
প্ৰশ্নাৱলী(ADRE2.0 exam)
1.বাণিজ্যবাদ কি ক্ষেত্ৰত জড়িত
(ক)সাংস্কৃতিক
(খ)ব্যৱসায়-বানিজ্যত
(গ)শাসনৰ ক্ষেত্ৰত
(ঘ)ওপৰৰ সকলো।
2.ভাৰতত উৎপাদিত শস্যসমূহ কত বিক্ৰি কৰা হৈছিল-
(ক)জাপানত
(খ)আমেৰিকাত
(গ)ইউৰোপত
(ঘ)শ্ৰীলংকাত
Question:-ইউৰোপীয়সকলে ভাৰতলৈ আগমণৰ বাবে কিয় নতুন পথৰ সন্ধান কৰিবলগীয়া হৈছিল?
Ans:-(ক)১৪৫৩ খ্ৰীঃ তুৰ্কীসকলে কনষ্টান্টিনপোল দখল কৰাৰ ফলত ভাৰতৰ সৈতে ক্ষতি সাধন হোৱাত ইউৰোপীয় সকলে নতুন পথৰ সন্ধান কৰিবলগীয়া হয়।
(খ)কাৰণ পুৰ্বৰ পথখন তুৰ্কীসকলৰ হাতলৈ যায়।
(গ)সেয়েহে পৰৱৰ্তীসময়ত ইউৰোপীয়ৰ আগৰণুৱা পৰ্তুগাল,ডাচ(ওলন্দাজ),ডেনিচ,ইংৰাজ ফ্ৰান্স আদি দেশৰ নতুন পথৰ সন্ধানত ভাৰতলৈ আহিবলগীয়া হৈছিল।
indian history books
পৰ্তুগীজসকলঃ-
(i)পৰ্তুগালৰ ৰাজকুমাৰ হেনৰীৰ (১৩৯৪-১৪৬০)অনুপ্ৰেৰণাত পৰ্তুগীজ নাৱিকসকলে সামুদ্ৰিক অভিযান চলাইছিল।
(ii)আনাহতে হেনৰীৰ পাছতে মৃত্যুৰ পাছতো নতুন ঠাই আৱিস্কাৰৰ প্ৰচেষ্টা চলাইছিল।
(iii)ৰাজকুমাৰ হেনৰীৰ মৃত্যুৰ পাছত বাৰ্থোলমিউ দিয়াজ পৰ্তুগীজ নাৱিকৰে ১৪৮৭ চনত নতুন আৱিস্কাৰৰ সন্ধানত মহাসাগৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু দক্ষিন আফ্ৰিকা মহাদেশ আৱিস্কাৰ কৰিছিল বুলিব পাৰি।
(iv)তেওঁৰ পিছত জেনেৱাৰ খ্ৰীষ্টফাৰ কলম্বাছে স্পেইনৰ সাহাৰ্য্যত ভাৰতলৈ অহাৰ সামুদ্ৰিক পথত আমেৰিকা আৱিস্কাৰ কৰিছিল।
প্ৰশ্নাৱলী(Assam Police MCQ)
1.কিমান চনত তুৰ্কীসকলে কনষ্টান্টিনপোল দখল কৰিছিল?
(ক)১৪৫৩
(খ)১৬৭৮
(গ)১৫৬০
(গ)ওপৰৰ এটাও নহয়।
2.আফ্ৰিকা মহাদেশ কোনে আৱিস্কাৰ কৰিছিল বুলিব পাৰি-
(ক)কলম্বাছ
(খ)ৰাজকুমাৰ হেনৰী
(গ)বাৰ্থোলমিউ দিয়াজ
(ঘ)মহাত্মা গান্ধী
3.কলম্বাছে আৱিস্কাৰ কৰিছিল-
(ক)ভাৰত
(খ)চীন
(গ)আমেৰিকা
(ঘ)আফ্ৰিকা
ভাস্কো-ডা-গামাঃ-
(i)১৪৯৮ খ্ৰীষ্টাব্দত আনপৰ্তুগীজ নাৱিক ভাস্কো ডা গামাই আটলান্টিক উপকূল যাত্ৰা কৰিছিল।
(ii)১৪৯৮,১৭ মেত ভাৰতৰ মালৱাৰ উপকূলিত কালিকট বন্দৰত ভৰি দিছিল।
(iii)১৬ শতিকা গোৱা ,দমন,ডিউ,ছোল ছেটাক ধৰি বিস্তীৰ্ণ অঞ্চল পৰ্তুগীজ সকলৰ অধীন হৈছিল।
ওলন্দাজসকলঃ-
(i)ইউৰোপৰ আন বাণিজ্যিক দেশসমূহ হলেণ্ড,নেদাৰলেণ্ড বাণিজ্যিক দেশ হিচাপে জনা গৈছিল।
(ii)১৬০২ চনত সৰু সৰু কোম্পানীবোৰ একেলগে east india company of the nedarland নামে গঠন হৈছিল।
(iii)ভাৰতৰ কৰমণ্ডলৰ উপকূল মছলিপট্টনম,পুলিকট,বংগ,বিহাৰ,উৰিষ্যা আদি দুৰ্গ নিৰ্মান কৰিছিল।১৫০৯ চনত ওলন্দাজসকলে পুলিকটত প্ৰথম দুৰ্গটো নিৰ্মান কৰিছিল।
Tag queries :-Indian Independence,British Colonial Rule,Freedom Struggle,Indian National Congress Mahatma Gandhi,Post-Independence India,Economic Reforms,Indian Con
প্ৰশ্নাৱলী(APSC 2024 Indian History)
1.ওলন্দাজ সকলে প্ৰথম কত দুৰ্গটো নিৰ্মান কৰিছিল?
(ক)কলিকট
(খ)পুলিকট
(গ)বংগ
(ঘ)বিহাৰ
2.ভাস্কো-ডা-গামাই কেতিয়া আটলান্টিক উপকূল যাত্ৰা কৰিছিল?
(ক)১৪৯৮
(খ)১০৯৭
(গ)১৪৫০
(ঘ)১৭৭৭
ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীঃ-
(i)১৫৯৯ চনত সদাগৰ জন মিলদেন হল ভাৰতলৈ আহিছিল আৰু ভাৰতৰ ঐচৰ্য বিভূতিৰ বিষয়ে গম পাইছিল সেয়েহে বণিকসকল কোম্পানী গঠন কৰিবলৈ নিৰ্দেশ দিছিল।
(ii)১৫৯৯ চনৰ ছেপ্তেম্বৰ মাহৰ ২২ তাৰিখে কেইজনমান মিলি ফাৰ্ডাণ্ডাৰ্ছ হলত এটা কোম্পানী খছৰা প্ৰস্তুত কৰে ।আৰু ১৬০০ চনৰ ৩১ ডিচেম্বৰত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰে ।
চুৰাটত ব্যৱসায় বানিজ্যঃ-
(i)চুৰাটত ব্যৱসায় ঘাটি কৰিবলৈ তেতিয়াৰ মোগলৰ সম্ৰাট আছিল জাহাংগীৰ আৰু চুৰাটসকলে ব্যৱাসয় কৰিবলৈ অনুমতি বিচাৰিছিল যদিওঁ নাপালে কাৰণে তেতিয়াৰ প্ৰভাৱশালী পৰ্তুগীজৰ লগত বানিজ্যিক সম্পৰ্কত আছিল।
(ii)পৰৱৰ্তী সময়ছোৱাত ইংৰাজ আৰু পৰ্তুগীজৰ মাজত সংঘাট হৈছিল আৰু এই ৰণত পৰ্তুগীজক ১৫১২ হৰুৱাই ইংৰাজে ১৫১৩ চনত জাহাংগীৰে স্থায়ীভাৱে বেপাৰৰ ফাৰমান দিয়ে।
|
click now for pdf download |
ভাৰতৰ বিভিন্ন ঠাইত ব্যৱসায়ৰ সম্প্ৰচাৰনঃ-
(i)১৬১৫ চনত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছ ছাৰ থমাছক ভাৰতলৈ পঠিয়াইছিল আৰু ইয়াৰ বাবে মোগল সম্ৰাট জাহাংগীৰৰ লগত চুক্তিবদ্ধ হৈছিল।
(ii)ইংৰাজসকলে চুৰাটৰ বাহিৰেওঁ আগ্ৰা ,আহমদাবাদ আদিত ফেক্টৰী নিৰ্মান কৰিছিল।
(iii)১৬৫১ চনত কলকাতা হুগনীত কাৰখানা খুলি ভিতৰুৱা অঞ্চল প্ৰৱেশ কৰে।
প্ৰশ্নাৱলীঃ(Assam Direct Recruitment 2.0)
1.ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল-
(ক)১৬০০ চনত
(খ)১৯২৩ চনত
(গ)১২২৮ খ্ৰীঃ
(ঘ)১৯৪৩ চনত
2.চুৰাটত ইংৰাজে পৰ্তুগীজসকলক কেতিয়া হৰুৱাইছিল?
(ক)১২২৮
(খ)১৬১২
(গ)২৩৯০
(ঘ)১২৭০
In this post i will attached to on many compatatoive exam like APSC/UPSC/Assam Police,ADRE2.0.

Comments
Post a Comment