Skip to main content

১৮৫৭ চিপাহী বিদ্ৰোহ Sepoy Revolution ,ADRE2.0

চিপাহী বিদ্ৰোহ ১৮৫৭

Reasons of Sepoy Revolution in 1857

 ত্ৰয়োদশ শতিকাত ইংৰাজসকলে ভাৰতলৈ বেপাৰ বানিজ্যৰ ভাৱে  ইংৰাজ ইষ্ট ইন্ডিয়া কোম্পানীৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছিল । কালক্ৰমত দেশত ৰাজনৈতিক,অৰ্থনৈতিক ক্ষমতা আদি হস্তগত কৰিছিল । পৰবৰ্তী পৰ্যায়ত ইংৰাজ সকলে গ্ৰহন কৰা নতুন নতুন নীতিসমুহক ভাৰতীয় সমাজক বৰকৈ ক্ষতিগ্ৰস্ত কৰিছিল । এনে ক্ষতিগ্ৰস্তসমুহৰ ফলত বিদ্ৰোহৰ সুচনা হৈছিল ।

                                    ১৮৫৭  চনৰ বিদ্ৰোহৰ চৰিত্ৰত যদি লক্ষ্য কৰিলে দেখা-যায় যে বিদ্ৰোহৰ সুচনাৰ  মুল কাৰন বহুধৰনৰ


প্ৰথম কাৰণ 

               -ভাৰতবৰ্ষত যিহেতু কৃষিশীল দেশ । প্ৰাক ইংৰাজী যুগৰ পৰাই ভাৰতবৰ্ষখন এখন গ্ৰাম্য প্ৰধান কৃষিভিত্তিক দেশ । ভাৰতৰ মানুহবোৰ বৃহৎশিল্প উদ্যোগ পৰিবৰ্তে হস্ত আৰু কুটিৰ শিল্পৰ উদ্যোগতো স্বাৱলম্ভী হৈ পৰিছিল । পৰৱৰ্তীৰ সময়ত ইংৰাজৰ উপনিবেশত ভাৰতৰ জনসাধাৰণৰ মাজত অৰ্থনীতিৰ কুঠাৰঘাত সৃষ্টি কৰিছিল । অষ্টাদশ শতিকাত দ্বিতীয়াৰ্ধত ভাৰতবৰ্ষখন ইংৰাজৰ উপনিৱেশত এফালেদি  ইংলেন্ডলৈ প্ৰচুৰ পৰিমানে কেঁচামাল সৰবৰাহ কৰিছিল আৰু আনফালে ইংলেন্ডৰ শিল্পজাত সামগ্ৰীৰে ভাৰতৰ বজাৰ নিয়ন্ত্ৰন কৰি ইংৰাজে সাধাৰণ জনগনক ভয়াবহ অন্ধকাৰ নমাইছিল ॥

আনহাতে কৃষিক্ষেত্ৰত ভুমি ৰাজহৰ পৰিমান বৃদ্বি কৰা হৈছিল । তাৰমাজতে কৃষকসকল মধ্যস্বত্বভোগ আৰু মহাজনৰো বন্সনাৰ বলি হৈছিল ॥

১৮৫৭ (1857)চনৰ বিদ্ৰোহ


দ্বিতৃয়তে 

               -ইংৰাজৰ আমোলত প্ৰৱৰ্তন কৰা নতুন প্ৰশাসনিক নীতিৰ ফলত ভাৰতীয় সমাজসকলৰ অভিজাতসকল,সাধাৰন মধ্যবিত্ত শ্ৰেণী আৰু সামৰিক বাহিনীৰ লোকো সা-সুবিধাৰ পৰা বন্সিত হৈছিল তাৰোপৰিও ইংৰাজৰ স্বাভিমানৰ বলি হৈ বহুতো শিক্ষিত ভাৰতীয়ই উচ্চ পদৰ চৰকাৰী চাকৰীৰ পৰা বন্সিত হৈছিল । তদুপৰিও ভাৰতীয় সকলৰ মাজত বৰ্ণবৈষম্যৰ সৃষ্টি কৰাইছিল আনহাতে লৰ্ড ডেলহাউচিৰ শাসন কালত ভাৰতীয় সকলৰ এচাম দেশীয় ৰাজকীয় মৰ্যদা উপাধি ,পেন্সন আদি পদচ্যুত কৰা হৈছিল ।

তৃতীয়তে

সামৰিক বাহিনীৰ ক্ষেত্ৰত ইংৰাজৰ আমোলত কাম কৰা ভাৰতীয়সকলক কোনো গুৰুত্ব দিয়া নাছিল । ভাৰতীয় ধৰ্ম অনুসৰি সাগৰ যাত্ৰা কৰাটো বাধ্যতামুলক কৰাইছিল ইয়াৰ ফলত  ভাৰতীয় সকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছিল । আনহাতে  ভাৰতীয়সকলে ইউৰোপীয়সকলৰ হাড়ত ধৰমহা পোৱা নাছিল ।

                      ১৮৫৭ চনৰ বিদ্ৰোহৰ কাৰণটো আছিল এনফিল্ড ৰাইফল গুলিৰ ব্যৱহাৰ এইবিদ গুলি বন্দুকত ভৰোৱাৰ পাছত দাঁতেৰে কামুৰি পেকেটতো হেৰুৱাব লাগিছিল । গুলিসমুহ চৰ্বীজাতীয় পদাৰ্থ মিহলাই দিয়া আছিল চৰ্বীটো গাহৰী আৰু চৰ্বীৰে তৈয়াৰি আছিল । ফলত ভাৰতীয় সেনাসকলৰ  ধৰ্মৰ  অপদস্ত হৈছিল ॥

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.