What is Pm Kissan Sanman Nidhi Yojana in Assamese //Exam Notes /PM Kissan কি ?
What is PM Kissan Sanman Nidhi
Introduction : PM Kissan কি ?: PM Kissan হৈছে ভাৰত চৰকাৰে ৰূপায়ন কৰা আঁচনি ।PM Kissan ৰ জৰিয়তে সমগ্ৰ দেশখনৰ ৰাজ্যসমূহৰ খেতিয়কসকলে আৰ্থি সাহাৰ্য্য প্ৰধান কৰা যাক কোৱা হয়(Prime Minister Farmers Tribute Fund) অথবা কোৱা হয় Pradhan Mantri Kissan Sanman Nidhi । এই আচঁনিৰ দ্বাৰা কৃষকসকলক প্ৰতিবছৰে ৬০০০ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰধান কৰা হয় । এই আঁচনিখন ২০১৯ চনৰ কেন্দ্ৰীয় বাজেট(Interim Union Budget )তৰ অধীনত কেন্দ্ৰীয় মন্ত্ৰী Piyush Goyal ২০১৯ চনৰ ১ ফেব্ৰুৱাৰীত মুকলি কৰিছিল। এই আঁচনিখনত মুঠ ব্যয় কৰা হৈছিল ৭৫০০০ কোটি।
Related to:-pm kisan,pm kisan yojana,pm kisan government in,pm kisan status,pm kissan.gov.in,pm kisan list,pm kisan helpline number,pm kisan benefit status,pm kisan yojana list,pm kisan,pm kisan yojana,pm kisan government in,pm kisan status,pm kissan.gov.in,pm kisan list,pm kisan helpline number,pm kisan benefit status,pm kisan yojana list
When and How to initiate the PM Kissan
এই আঁচনিখন পোন প্ৰথমে তেলেংগানা চৰকাৰে ৰাইটু বন্ধু আঁচনি(Rhytu Bandu) হিচাপে ৰূপায়ণ কৰিছিল, য'ত যোগ্য খেতিয়কসকলক পোনপটীয়াকৈ এক নিৰ্দিষ্ট পৰিমাণে আয় প্ৰদান কৰাৰ পদক্ষেপ লৈছিল । এই আঁচনিখনৰ ফলত বিশ্ব বেংকৰ পৰা তেলেংগনা চৰকাৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল এই ফল দেখি ভাৰত চৰকাৰেওঁ তেনে আঁচনি ৰূপায়ণ কৰিবলৈ বিচাৰিছিল আনহাতে বহুতো অৰ্থনীতিবিদসকলে পৰামৰ্শ তথা মতপোষক প্ৰকাশ কৰিছিল । এই আঁচনিৰ বৃহৎ সফলতাৰ পাছত , ভাৰত চৰকাৰে ইয়াক দেশব্যাপী প্ৰকল্প হিচাপে ৰূপায়ণ কৰিবলৈ বিচাৰিছিল আৰু এইসময়ছোৱাত মন্ত্ৰী পীয়ুষ গোৱালে ১ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে ভাৰতৰ অন্তৱৰ্তীকালীন কেন্দ্ৰীয় বাজেটৰ সময়ছোৱাত ৰাইটু বন্ধু আঁচনিৰ আৰ্হিত PM Kissan Nidhi Yojana হিচাপে ঘোষনা কৰে ।
২০১৮-২০১৯ বৰ্ষৰ বাবে এই আঁচনিৰ অধীনত ভাৰত চৰকাৰে ২০,০০০ কোটি টকা আৱণ্টন কৰিছিল আৰু ২৪ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ গোৰখপুৰত এক কোটিৰো অধিক কৃষকলৈ ২০০০ টকাকৈ প্ৰথম কিস্তি কিস্তি দি এই আচঁনিখন আৰম্ভ কৰিছিল আৰম্ভ কৰিছিল।
|
দেশ |
ভাৰত |
|
মন্ত্ৰী(Initiated by) |
কেন্দ্ৰীয় কৃষি মন্ত্ৰী(Piyush Goyala) |
|
ৰূপায়ণৰ তাৰিখ |
১ ফেব্ৰুৱাৰী ২০১৯ |
|
মুঠ বাজেট |
৭৫০০০ |
|
Website |
PM Kissan Sanman Nidhi Critarria
১।ভাৰতৰ প্ৰতিজন নাগৰিক তথা খেতিয়ক সকলে পোৱাৰ যোগ্য।
২।খেতিয়কলৰ খেতিৰ বাবে নিজস্ব মাটি থাকিব লাগিব।
৩।মাটিখিনি খেতিৰ বাবে উপযোগী কৰা হব লাগিব।
৪।দেশৰ নাগৰিক হব লাগিব।
What Documents are Required for the PM Kisan Nidhi Yojana?
১। নিৰ্দিষ্ট এটা বয়সৰ প্ৰমাণ পত্ৰ লাগিব।
২।পৰিচয় পত্ৰ যেনে Adhar Card,Pan Card,Voter card.
৩।ঠিকনাৰ প্ৰমাণ পত্ৰ যেনে VoterCard, Ration Card.
৪।আবেদনকাৰীৰ বেংক একাউন্ট থাকিব লাগিব।
Related Question:-How to apply in PM Kissan Yojana.
Important for Exam view point :,Like as-
(a)Indian Government Scheme
(b)What is PM Kissan (UPSC/State Mains /ADRE)
(c)When the PM Kissan Sanman Nidhi Was Launched?
(i)1 July 2019 (ii)1 Feb 2019
(iii)1 Aprill 2018 (iv)Nobe of these.
(d) Who was Central minister launched the scheme of PM Kissan Sanman Nidhi?.
(i)Rajnath Sing (ii)Amit Shah
(iii)Narendra Modi (iv) Piyush Goyal
(e)Which State was initiated the Rhytu Bandu Scheme?
(i)Telengana (ii)Assam
(iii)Maharashtra (iv)Punjab
Related in:-Indian Govt Scheme PM Kissan Nidhi Yojana


Comments
Post a Comment