Skip to main content

অৰ্থনৈতিক উন্নয়ন Economic Development

 

অৰ্থনৈতিক উন্নয়ন Economic Development

এই লেখাটিত অৰ্থনৈতিক সম্বদ্বীয় আলোচ্য বিষয়বোৰৰ চমু আভাস দিবলৈ প্ৰয়াস কৰা হৈছে।আপোনালোকৰ বিভিন্ন প্ৰতিযোগীতা পৰীক্ষাৰ বাবে লাভান্ধিত হব বুলি আশা কৰা । লেখাৰ ভিতৰত আছে- 

 মানৱ উন্নয়ন কি?About of Human Developement?অৰ্থনৈতিক উন্নয়ন(Developement of economics),UNDP ,অৰ্থনৈতিক পৰিকল্পনা,NITI আয়োগ ।

অৰ্থনৈতিক উন্নয়ন:-  

অৰ্থনৈতিক বিকাশ হলেই  অৰ্থনৈতিক উন্নয়ন বুলি কব নোৱাৰি ।অৰ্থনৈতিক উন্নয়নত দেশৰ জাতীয় আয় বৃদ্ধি হোৱাৰ ফলত এটা অংশ লাভান্ধিত হোৱাৰ লগতে অধিকাংশ লোক সুফলৰ পৰা বঞ্চিত হব নালাগিব।

In this Post is based on SCERT Class 10 books

মানৱ উন্নয়ন(Human Developement):

  1. 1990 চনত প্ৰথম মানৱ উন্নয়ন প্ৰতিবেদন (Human Developement Report)প্ৰকাশ কৰা হয়।
  2. UNDP(United Nations Development Programme)অনুসৰি  প্ৰতিবছৰে প্ৰকাশ কৰা হয়।

Human Developement Report ৰ তিনিটা লক্ষ্য হল

  • ক)প্ৰত্যাশিত আয়ুস
  • খ)শিক্ষা আৰু
  • গ)জীৱন যাত্ৰাৰ মান।

*2010 চনত সন্নিৱিষ্ট কৰা নতুন ধাৰনা সমুহ হল

  • ক)বৈষম্য সাপেক্ষে মানৱ উন্নয়ন
  • খ)লিংগ বৈষম্য সুচকাংশ আৰু
  • গ)বহুমাত্ৰীয় দৰিদ্ৰ সুচকাংশ।


Countries may have a high HDI and be undemocratic,unequitable and unsustainable-just as they may have a low HDI and be relatively democratic,equitable and sustainable .

           -Human Development Report,2010


অৰ্থনৈতিক পৰিকল্পনাঃ- 

প্ৰতি পাচঁ বছৰৰ মূৰে মূৰে যুগুত পৰিকল্পনাই হল পঞ্চবাৰ্ষিক পৰিকল্পনাৰ নিয়ম আছিল।পঞ্চবাৰ্ষিক পৰিকল্পনাফ মূল লক্ষ্যসমূহ এনেধৰনৰ:-

  • ক)অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰা।
  • খ)আৰ্থসামাজিক বৈষম্য দূৰ কৰা ।
  • গ)দৰিদ্ৰতা নিৰ্মূল কৰা।
  • ঘ)নিয়োগৰ সা-সুবিধাসমূহ বৃদ্ধি কৰা।
  • ঙ)বহনক্ষম উন্নয়ন সুনিশ্চিত কৰা।
  • চ)পৰিৱেশ দুষিতকৰণ ৰোধ কৰা।
  • ছ)আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা ।

NITI Ayog:- 

2014 চনত পৰিকল্পনা আয়োগৰ সলনি NITI আযোগ গঠন কৰা হৈছিল।

NITI ৰ সম্পুৰ্ণ নাম National Institution for Transforming India .

2014 চনত প্ৰধান মন্ত্ৰীয়ে  স্বাধীনতা দিৱসত ঘোষনা কৰা হয় ।

2015 চনৰ 1  জানুৱাৰীত NITI Ayog গঠন কৰা হল বুলি ঘোষনা কৰা হয়।

2015 চনৰ 8 ফেব্ৰুৱাৰীত দিল্লীত প্ৰথম বৈঠক হয় আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী অধ্যক্ষ হয়।

NITI আয়োগৰ অন্যান্য সদস্যসকল ক্ৰমে

  1. এজন উপাধ্যক্ষ
  2. ৰাজ্যসমুহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল।
  3. চাৰি গৰাকী কেন্দ্ৰীয় মন্ত্ৰী ,মূখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।


What is full from of HDI?

HDI-Human Developement of Index.


Tag-ADRE,Assam Police,APSC

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.