Skip to main content

অমৃত কলহ,ভাৰত চৰকাৰ অন্য বিশেষ কাম

Amrit Koloh


 [14/10, 5:33 am] (কাৰ্চাং তাকাৰ): ২০২২ চনৰ ১৫ আগষ্টত আমাৰ দেশে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ কৰিছিল। এই বিৰল উপলক্ষত প্রধানমন্ত্রী শ্রীনবেন্দ্ৰ মোদী ডাঙৰীয়াই দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল। তদুপৰি ভাৰতৰ স্বাধীনতাৰ শতবৰ্ষলৈকে এই সময়ছোৱাক অমৃত কাল হিচাপে চিহ্নিত কৰি তেখেতে এক মহৎ স্বপ্ন দাঙি ধৰিছিল। অমৃত কালৰ সূচনা পর্বত প্ৰধানমন্ত্ৰীৰ অকুণ্ঠ প্ৰেৰণাত অসমত ২০ ছেপ্টেম্বৰ ২০২০ৰ পৰা অমৃত কলহ যাত্ৰা আৰম্ভ হ'ব।

[14/10, 5:33 am] (কাৰ্চাং তাকাৰ): প্ৰতিঘৰৰ পৰা সংগৃহীত মাটি / চাউল অমৃত কলহত সংগ্রহ RA) কৰি গাঁৱৰ ২০০/৩০০ ব্যক্তিয়ে শোভাযাত্ৰা কৰি দিনৰ ১১ বজাত গাঁও পঞ্চায়ত পৌৰ কাৰ্যালয়ত উপস্থিত হ'ব।

অমৃত কলহ


১ছেপ্টেম্বৰ-১ অক্টোবৰ


এটি গাম্ভীর্যপূর্ণ কার্যসূচীৰে সমূহ গাঁও/ ৱাৰ্ডৰ মাটি মিশ্রণ কৰি গাঁও পঞ্চায়তৰ অমৃত কলহত দান কৰা হ'ব।


গাঁও অথবা নির্দিষ্ট ৱাৰ্ডৰ প্ৰতিঘৰৰ মাটি ডিল অমৃত কলহত সংগ্ৰহৰ অভিযান এই স্নাত সম্পন্ন কৰা হ'ব। এই অভিযানৰ কালত পৰা অন্ততঃ এমুঠি মাটি/চাউল সংগ্ৰহ কৰি লহ যাত্ৰাৰ শুভাৰম্ভণি কৰা হ'ব।


গাঁৱৰ পৰা লৈ অহা অবশিষ্ট মাটিখিনি গাঁৱৰ উন্নয়নমূলক কামত ব্যৱহাৰৰ বাবে সন্মান সহকাৰে ৰাখি থোৱা হ'ব।


এই অনুষ্ঠানতে দেশৰ বাবে অতুলনীয় সেবা আগবঢ়োৱা অঞ্চলটোৰ মুক্তিযুঁজাৰু / সেনা বিষয়া / কেন্দ্রীয় অর্ধসামৰিক আৰক্ষী বিষয়া/জোৱানক সাদৰ সম্বৰ্ধনা জনোৱা হ'ব।

[14/10, 5:34 am] (কাৰ্চাং তাকাৰ): ৮ আৰু ১৫ অক্টোবৰ


অবশিষ্ট মাটিখিনি ব্লক পর্যায়ৰ উন্নয়নমূলক কাম-কাজত ব্যৱহাৰ বাবে শ্রদ্ধাসহকাৰে ৰাখি থোৱা হ'ব।


অক্টোবৰৰ যিকোনো এটা দিনত জিলাভেদে প্ৰতিখন গাঁও পঞ্চায়ত /বাৰ্ডৰ পৰা খণ্ড উন্নয়ন লয়লৈ ২০০/৩০০ ব্যক্তিৰ দ্বাৰা শোভাযাত্রা হুকাৰে প্ৰেৰণ কৰা হ'ব।


ধেয়াৰ কাৰ্যালয়ত সংগৃহীত কলহসমূহৰ 1 সংমিশ্ৰণ কৰি চৰকাৰীভাবে পিতলৰ কলহত দান


এই উপলক্ষে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অভিভাৱক


: মন্ত্রী/বিধায়ক/সমাজসেৱী/শিক্ষাবিদ আদিৰ অংশগ্রহণেৰে গাম্ভীর্যপূর্ণভাবে এক সভা অনুষ্ঠিত কৰা হ'ব।


চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া অনুসৰি কোনো কোনো জিলাত চ অক্টোবৰত আৰু অৱশিষ্ট জিলাসমূহত ১৫ অক্টোবৰত এই অনুষ্ঠান সম্পন্ন কৰা হ'ব।

[14/10, 5:35 am] (কাৰ্চাং তাকাৰ): ২৫ অক্টোবৰ


ৰাজধানী


খণ্ড/পে


নির্বাচিত


অক্টোবৰ


উন্নয়ন খণ্ড/পৌৰ কাৰ্যালয়ত ইতিমধ্যে সংগৃহীত পবিত্র মাটিৰে পূৰ্ণ পিতলৰ কলহ দুটা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ'ব।


জিলা আয়ুক্তৰ দ্বাৰা নিৰ্বাচিত এগৰাকী যুৱক অথবা যুৱতীৰ দ্বাৰা এখন গাড়ীবে অমৃত কলহ যাত্ৰা আৰম্ভ হ'ব। খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অমৃত কলহ যাত্ৰাৰ গাম্ভীর্যপূর্ণভাবে ফ্লেগ অফ কৰা হ'ব।


২৬ অক্টোবৰ


খণ্ড উন্নয়ন বিষয়া / পৌৰ কাৰ্যালয়ৰ পৰা অহা সমুদায় অমৃত কলহ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত সংগ্ৰহ কৰা 


নতুন ৰাজ্যিক ভিত্তিত অনুষ্ঠিত এক কাৰ্যসূচীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংগ্ৰহ কৰা দুটা কলহৰ একোটাকৈ সৰ্বমুঠ ২৭০টা কলহ দিল্লীলৈ প্ৰেৰণৰ বাবে সাজু কৰা হ'ব।

অৱশিষ্ট দ্বিতীয় কলহকেইটা ২২ ডিচেম্বৰৰ শ্বহীদ কনকলতা বৰুৱাৰ জয়ন্তীত গহপুৰলৈ প্ৰেৰণ কৰা হ'ব।


(ii) গহপুৰত কনকলতা বৰুৱাৰ স্মৃতিত প্ৰতিষ্ঠা হ'বলগীয়া বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কামত এই মাটি ব্যবহাৰ কৰা হ'ব।

[14/10, 5:36 am] (কাৰ্চাং তাকাৰ): ২৭ অক্টোবৰ


ৰাজধানী এক্সপ্ৰেছৰ নিৰ্দিষ্ট দবাত অসমৰ সমুদায় উন্নয়ন খণ্ড/পৌৰ এলেকাৰ পৰা সংগৃহীত ২৭০টা কলহ লৈ নির্বাচিত যুৱক-যুৱতীসকলে নতুন দিল্লীলৈ যাত্ৰা কৰি ২৮ অক্টোবৰত নতুন দিল্লীত উপস্থিত হ'ব।


২৮ অক্টোবৰ


নতুন দিল্লীত বাস কৰা অসমৰ লোকসকলে নতুন দিল্লীৰ ৰেল ষ্টেচনত এই অমৃত কলহক আদৰণি জনাব

তাৰ পৰা এই অমৃত কলহসমূহ লৈ গৈ নতুন দিল্লীৰ অসম হাউছত সংৰক্ষণ কৰা হ'ব।

ইয়াৰ পাছত এই পৱিত্ৰ ভূমি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নির্মীয়মাণ অমৃত বাটিকা বা অমৃত উদ্যানস্থলীলৈ লৈ যোৱা হ'ব।

অসমৰ পৰা যোৱা যুৱক-যুৱতীসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অসম হাউছৰ পৰা অমৃত বাটিকা বা অমৃত উদ্যানলৈ শ্ৰদ্ধা সহকাৰে অমৃত কলহ যাত্ৰা সম্পন্ন কৰিব ।

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.